South Salmara Mankachar Grade-IV Recruitment 2022

South Salmara Mankachar Grade-IV Recruitment 2022

South salmara mankachar grade-iv recruitment 2022, assam govt grade-iv jobs, assam govt jobs,
South salmara mankachar grade-iv recruitment 2022

District & Sessions Judge, South Salmara Mankachar.
অন্তিম তাৰিখ : 21/03/2022.

District and Sessions Judge, South Salmara Mankachar ৰ পৰা মুকলি হৈছে নতুনকৈ এখন চাকৰি সৰ্ম্পকীয় Advertisement য'ত অসমৰ প্ৰতিজন-জনী যোগ্য আৰু ইচ্ছুক নিবনুৱা যুৱক-যুৱতীয়ে Apply কৰিব পাৰিব। 

South Salmara Mankachar Grade-IV Recruitment 2022 :

1/ পদৰ নাম : Peon.

মুঠ পদৰ সংখ্যা : 12 টা

Cetegory Wise Vacancy Details সমূহ হ'ল :

Unreserved : 06 টা

OBC/MOBC : 03 টা

EWS : 01 টা

SC : 01 টা

ST (P) : 01 টা

শিক্ষা : এই সমূহ পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব পাৰিব। মন দি'ব উচ্চ শিক্ষিত সকলে Apply কৰিব নোৱাৰিব বুলি Official Advertisement খনত স্পষ্ট কৈ লিখা আছে।

দৰমহা : 12,000 – 37,500/-  টকা পৰ্যন্ত পা'ব। আৰু লগতে Grade Pay থাকিব প্ৰতিমাহে Rs.3,900/- টকাকৈ--!

2/ পদৰ নাম : Chowkidar.

মুঠ পদৰ সংখ্যা : 02 ( UR )টা

শিক্ষা : এই সমূহ পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব পাৰিব। মন দি'ব উচ্চ শিক্ষিত সকলে Apply কৰিব নোৱাৰিব বুলি Official Advertisement খনত স্পষ্ট কৈ লিখা আছে।

দৰমহা : 12,000 – 37,500/-  টকা পৰ্যন্ত পা'ব। আৰু লগতে Grade Pay থাকিব প্ৰতিমাহে Rs.3,900/- টকাকৈ--!

3/ পদৰ নাম : Sweeper.

মুঠ পদৰ সংখ্যা : 01 ( UR )

শিক্ষা : এই সমূহ পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব পাৰিব। মন দি'ব উচ্চ শিক্ষিত সকলে Apply কৰিব নোৱাৰিব বুলি Official Advertisement খনত স্পষ্ট কৈ লিখা আছে।

দৰমহা : 12,000 – 37,500/-  টকা পৰ্যন্ত পা'ব। আৰু লগতে Grade Pay থাকিব প্ৰতিমাহে Rs.3,900/- টকাকৈ--!

4/ পদৰ নাম : Process Server.

মুঠ পদৰ সংখ্যা : 03 টা

Cetegory Wise Vacancy Details সমূহ হ'ল :

Unreserved : 01 টা

OBC/MOBC : 01 টা

EWS : 01 টা

শিক্ষা : এই সমূহ পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব পাৰিব।  আৰু Apply কৰা প্ৰাৰ্থী সকলে Assamese ভাষা স্পষ্ট পাৰিব লাগিব। 

দৰমহা : 12,000 – 49,000/-  টকা পৰ্যন্ত পা'ব। আৰু লগতে Grade Pay 5,200/- টকাকৈ থাকিব প্ৰতিমাহে--!

5/ পদৰ নাম : Driver.

মুঠ পদৰ সংখ্যা : 01 ( UR ) টা

শিক্ষা : এই সমূহ পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব পাৰিব। আৰু প্ৰাৰ্থী সকলৰ বাধ্যতামূলকভাবে valid Driving license LMV/Four wheeler vehicles ৰ কমতে 5 বছৰ পুৰনি থাকিব লাগিব।

দৰমহা : 12,000 – 49,000/-  টকা পৰ্যন্ত পা'ব। আৰু লগতে Grade Pay 5,200/- টকাকৈ থাকিব প্ৰতিমাহে-----!

**অন্যান্য যোগ্যতা সমূহ কি কি লাগিব ?? :

বয়স :

 এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ বয়স কমতে 18 বছৰৰ পৰা বেছিতে 40 বছৰৰ ভিতৰত হ'ব লাগিব। 

বয়সৰ ৰেহাই : 

SC/ ST : 5 বছৰ 

OBC/ MOBC : 3 বছৰ

Employment Exchange Registration : প্ৰাৰ্থী সকলৰ valid Employment Exchange Registration Certificate থাকিব লাগিব।

**Apply কেনেকৈ কৰিব এই সমূহ পদত ?? :

এই সমূহ পদত Apply কৰিবলৈ যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Standard Form Part-IX Fill কৰিব লাগিব Block Letters অৰ্থাৎ Capital আখৰত কেৱল মাএ Black/Blue ball pen ব্যৱহাৰ কৰি--! আৰু ৰ্ফম খনৰ পিছ চাইদত আপোনাৰ সকলো নথি-পএৰ ফটো কপি গাঠি দিবলৈ নাপাহৰিব। সকলো খিনি দৰকাৰি কাম কৰা হোৱাৰ পিছত ৰ্ফম খন আপোনালোকে তলত দিয়া ঠিকনাটোত Submit কৰিব লাগিব---

Office of the District & Sessions Judge, 
South Salmara Mankachar, 
P.O.- Fekamari, PIN:- 783135, 
Dist: South Salmara Mankachar, Assam.

**গুৰুত্বপূৰ্ণ তাৰিখ : 

আবেদন আৰম্ভ হোৱাৰ তাৰিখ : 11th February 2022.

Last date : 21st March 2022.

**গুৰুত্বপূৰ্ণ Web-Links :

Advertisement Details

Official Website

Application Form : 

Post a Comment

0 Comments

Close Menu