| Lakhimpur medical college and hospital grade3 and grade4 admit card details 2022, Assam. |
Lakhimpur Medical College & Hospital চমুকৈ ( LMCH ) ফালৰ পৰা আহিল সুখবৰ কিয়নো Lakhimpur Medical College & Hospital পৰা আজি মুকলি হোৱা শেহতীয়া খবৰমতে 2020 চনতে Advertisement মুকলি কৰি Apply লৈ ৰখা মুঠ 267 Grade III & Grade IV Vacancy ৰ লিখিত Exam ৰ বাবে Admit মুকলি কৰিব Lakhimpur Medical College & Hospital, North Lakhimpur ৰ পৰা। জানিব পৰা মতে যি-সকল বন্ধু-বান্ধবীয়ে 2020 চনতে এই সমূহ পদত Apply কৰি ৰাখিছিলে তেওঁলোকে এতিয়া তেওঁলোকৰ নিজৰ নিজৰ Admit Card সমূহ 7th March 2022 ৰ পৰা Download কৰিব পাৰিব।
পদৰ নাম : Grade III আৰু Grade IV
মুঠ পদৰ সংখ্যা : 267 টা
*Grade-III : 079 টা
*Grade-IV : 188 টা
প্ৰতিষ্ঠানৰ নাম : Lakhimpur Medical College & Hospital.
পৰীক্ষাৰ প্ৰকাৰ : লিখিত Exam!
Mode of exam : Offline exam
Admit card Download কৰিব পাৰিব : 7th March 2022 ৰ পৰা।
2020 চনতে যি সকল নিবনুৱা যুৱক-যুৱতীয়ে এই সমূহ Grade-3 আৰু Grade-4 পদত Online যোগে Apply কৰি ৰাখিছিলে সেই সকল যুৱক যুৱতীয়ে এতিয়া এই সমূহ পদৰ Admit Online যোগে Download কৰিব পাৰিব Lakhimpur Medical College ৰ Official website ৰ পৰা। বা আমাৰ এই Website ৰ তলত দিয়া Links ৰ পৰা--!
Exam Notification Download Now Click Here
Advertisement Details Grade-III
Advertisement Details Grade-IV
0 Comments