Assam Police APRO Recruitment 2022 – 470 Vacancy, Apply Online

Assam Police APRO Recruitment 2022 – 470 Vacancy, Apply Online

Assam police, assam police jobs, assam police apro 470 vacancy online apply,
Assam Police Apro 470 Vacancy Apply Online


Assam Police Radio Organisation ( APRO )
অন্তিম তাৰিখ : 17/03/2022.

State Level Police Recruitment Board (SLPRB), ৰ ফালৰ পৰা এখন নতুনকৈ চাকৰি সৰ্ম্পকীয় Advertisement মুকলি হয় য'ত 470 টা Constable Vacancy Assam Police Radio Organisation (APRO) পদৰ চাকৰি মুকলি হয়। গতিকে এই সমূহ পদত অসমৰ প্ৰতিজন যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে Apply কৰিব পাৰিব--!


**Assam Police Radio Organisation Recruitment 2022 : 

1/ পদৰ নাম : Constable ( WO/WT/OPR )

মুঠ পদৰ সংখ্যা : 441 টা

Category হিচাপে Vacancy Deatils সমূহ তলত উল্লেখ কৰা হ'ল-----

Unreserved : 312 টা

OBC/MOBC : 90 টা

SC : 21 টা

ST (P) : 16 টা

ST (H) : 02 টা

শিক্ষা : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল 12th পাচ হ'ব লাগিব Science ৰ পৰা Physics, Chemistry & Mathematics অৰ্থাৎ ( PCM ) লৈ --!

**মন দি'ব : Physics আৰু Chemistry ত 70 Mark's Theory ৰ ভিতৰত Pass Mark's 21 থকা সকলেহে interview দি'ব পাৰিব। ঠিক একেদৰে Physics & Chemistry ত Practical Mark 30 ৰ ভিতৰত Pass Mark's 12 থকাটোও বাধ্যতামূলক। আৰু Maths ত 100 Mark's ৰ ভিতৰত 30 থকা সকলেহে interview দি'ব পাৰিব। ( Apply কৰোতে যদিও Physics & Chemistry ত Pass Mark's নথকাকৈও Apply কৰিব পৰা যা'ব কিন্তু Documents Verification ৰ সময়ত আপোনাক Reject কৰি দিয়া হ'ব! ) 

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.6,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!


2/পদৰ নাম : Constable ( UB )

মুঠ পদৰ সংখ্যা : 02 টা

Unreserved : 01 টা

OBC/MOBC : 01 টা

শিক্ষা : এই 02 টা Ub পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল সাধাৰন ভাবে 12th পাচ হলেওঁ চলিব--! 

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!


3/পদৰ নাম : Constable ( Messenger )

মুঠ পদৰ সংখ্যা : 14 টা

Unreserved : 06 টা

OBC/MOBC : 06 টা

SC : 01 টা

ST (P) : 01 টা

শিক্ষা : 10th পাচ বা 12th Pass হোৱাৰ লগতে valid driving license LMV, MMV বা HMV আদি থাকিব লাগিব।

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!


4/পদৰ নাম : Constable ( Carpenter ).

মুঠ পদৰ সংখ্যা : 03 টা

Unreserved : 02 টা

SC : 01 টা

শিক্ষা : 10th পাচ বা 12th Pass হোৱাৰ লগতে ITI course কৰা হ'ব লাগিব যি-কোনো চৰকাৰি প্ৰতিষ্ঠানৰ পৰা।

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!


5/পদৰ নাম : Constable ( Dispatch Rider )

মুঠ পদৰ সংখ্যা : 10 টা

Unreserved : 04 টা

OBC/MOBC : 02 টা

SC : 01 টা

ST (P) : 02 টা

ST (H) : 01 টা

শিক্ষা : 10th পাচ বা 12th Pass হোৱাৰ লগতে valid driving license LMV, MMV বা HMV আদি থাকিব লাগিব।

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!


**এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ অন্যান্য যোগ্যতা সমূহ কি কি লাগিব ?? :


Prc : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা অৰ্থাৎ permanent resident চমুকৈ ( PRC ) প্ৰমাণ-প্ৰএ থাকিব লাগিব--!

Employment Exchange Registration Certificate : প্ৰাৰ্থী সকলৰ Valid Employment Certificate থকাটো বাধ্যতামূলক।

স্থায়ী ভাষা : প্ৰাৰ্থী সকলে এই সমূহ পদত চাকৰি কৰিবলৈকে অসমৰ স্থায়ী ভাষা ক'ব লিখিব পড়িব পাৰিব লাগিব।

বয়সৰ সময়-সীমা : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। অৰ্থাৎ জন্মৰ তাৰিখ মাহ আৰু বছৰ ( 01/01/1997 ৰ পৰা 01/01/2004 ) ৰ ভিতৰত হ'ব লাগিব--!

বয়সৰ ৰেহাই Category হিচাপে তলত উল্লেখ  কৰা হ'ল :

SC/ST : 5 বছৰ

OBC/MOBC : 3 বছৰ

Trained Home guard : বছৰ

আবেদন মাচুল : ইয়াতে এইটোৱে এটা সুখৰ খবৰ বা কথা যে কোনো-ধৰনৰ Application Fee নাই অৰ্থাৎ আবেদন মাচুল নাই।


**গুৰুত্বপূৰ্ণ তাৰিখ :

•Online আবেদন আৰম্ভ হোৱাৰ তাৰিখ : 16th February 2022.

•Last Date : 17th March 2022.


**গুৰুত্বপূৰ্ণ Web-Links :

Online Apply Now Click Here


Advertisement Details Download Now Click Here


Go Official Website Now

Post a Comment

0 Comments

Close Menu