| Karimganj Judiciary Grade-4 Office Peon Recruitment 2022 |
Chief Judicial Magistrate, Karimganj Recruitment 2022.
আবেদনৰ অন্তিম তাৰিখ : 21/03/2022.
Chief Judicial Magistrate, Karimganj ৰ পৰা আহিছে এখন নতুন Grade-iv পদৰ চাকৰি Advertisement. য'ত কিছুমান Office Peon পদ খালি আছে। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব বা লাগিব।
পদৰ নাম : Office Peon.
মুঠ পদৰ সংখ্যা : 05 টা
UR : 03
STP : 01
SC : 01
12,000/- ৰ পৰা 37,500/- লগতে Grade Pay থাকিব প্ৰতিমাহে 3,900/- টকাকৈ---!
এই সমূহ পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব পাৰিব। মন দি'ব উচ্চ শিক্ষিত সকলে Apply কৰিব নোৱাৰিব বুলি Official Advertisement খনত স্পষ্ট কৈ লিখা আছে।
এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ বয়স কমতে 18 বছৰৰ পৰা বেছিতে 40 বছৰৰ ভিতৰত হ'ব লাগিব।
বয়সৰ ৰেহাই :
SC/ ST : 5 বছৰ
OBC/ MOBC : 3 বছৰ
প্ৰাৰ্থী সকলৰ valid Employment Exchange Registration Certificate থাকিব লাগিব। তেতিয়াহে Application Form Submit কৰিব। কাৰন Valid Employment Exchange Registration Certificate নাথাকিলে Apply কৰিলে হয়টো Application Form খন আপোনাৰ Reject হৈ যা'ব পাৰে--!
এই সমূহ পদত Apply কৰিবলৈ যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Standard Form Part-IX Fill কৰিব লাগিব Block Letters অৰ্থাৎ Capital আখৰত কেৱল মাএ Black/Blue ball pen ব্যৱহাৰ কৰি--! আৰু ৰ্ফম খনৰ পিছ চাইদত আপোনাৰ সকলো নথি-পএৰ ফটো কপি গাঠি দিবলৈ নাপাহৰিব। সকলো খিনি দৰকাৰি কাম কৰা হোৱাৰ পিছত ৰ্ফম খন আপোনালোকে তলত দিয়া ঠিকনাটোত Submit কৰিব লাগিব---
বা একেটা ঠিকনাতে গৈ ওচৰৰ বা ইচ্ছুক প্ৰাৰ্থী সকলে Drop Box ত Drop কৰিবও পাৰিব--!
Application Form :
----------------UTPAL~Deka. Thanks.
0 Comments