Vishal Commercial World, Tinsukia Recruitment Assam-2025
Job location : Tinsukia, Dibrugarh, Sibsagar, North Lakhimpur, Dhemaji, Silapathar, Namsai, Jorhat, etc.
How To Apply :
যোগ্য প্ৰাৰ্থী সকলে Email ত নিজৰ Bio-data Cv পঠাই আবেদন কৰিব লাগিব! hr@vcw.org.in এই Email ত 16 আগষ্টৰ ভিতৰত Sent কৰিব নিজৰ Bio-date.
About Vishal Commercial :
বিশাল কমাৰ্চিয়েল ৱৰ্ল্ড হৈছে তিনিচুকীয়াৰ বিশাল গ্ৰুপৰ অধীনত ভলভো আইচাৰ কমাৰ্চিয়েল ভেহিকেলৰ অনুমোদিত ডিলাৰ। ই ট্ৰাক, বাছ, আৰু টিপাৰ আদি বাণিজ্যিক বাহনৰ সৈতে মোকাবিলা কৰে।ই তিনিচুকীয়া, যোৰহাটৰ পৰা উত্তৰ লখিমপুৰলৈকে উচ্চ অসম অঞ্চলৰ গ্ৰাহকক সেৱা আগবঢ়াবলৈ বিক্ৰী, সেৱা আৰু স্পেয়াৰ পাৰ্টছ প্ৰদান কৰে।
1. Senior Dealer Sales Executive/ TL
No of posts: 5
Educational Qualification & Experience: HS passed with minimum 3 years of experience of sales in Automobiles sector/FMCG/Finance. Experience in Commercial Vehicle Sector will be preferred.
2. Dealer Sales Executive
No of posts: 10
Educational Qualification & Experience: HS passed with minimum 1-2 years of experience of sales in Automobiles sector/FMCG/Finance. Experience in Commercial Vehicle Sector will be preferred.
আপোনালোকে আমাৰ WhatsApp Telegram বা Youtube ত আমাৰ লগত জড়িত হৈ থাকিলে সকলো খবৰ সময়ত পাই থাকিব ধন্যবাদ🙏!
✍️ উৎপল ডেকা!
0 Comments