অসম চৰকাৰৰ পুনৰ Grade-IV চাকৰি মুকলি Peon পদ মুকলি!

পদৰ নাম : পিয়ন !
দৰমহা : Rs.12,000-52,000/- Grade Pay of Rs.3,900/-and other allowances admissible as per the Rules.
বয়স : 18-40 বছৰলৈ UR ৰ বাবে!
বয়সৰ ৰেহাই :
Obc/MOBC : 3 বছৰ
SC/ST : 5 বছৰ
PWD UR : 10 বছৰ
PWD SC/ST : 13 বছৰ
PWD OBC/MOBC : 15 বছৰ
শিক্ষা : ৮-১২ পাচলৈ ! উচ্চ শিক্ষিতই আবেদন কৰি ধৰা পৰিলে বিপদ নিশ্চিত।
স্থায়ী বাসিন্দাৰ প্ৰমাণ : ভাৰতীয় নাগৰিক হব লাগিব! আৰু অসমৰ PRC লাগিব।
আবেদন মাচুল : কোনো আবেদন মাচুল নাই।
প্ৰাৰ্থী সকলে আবেদন কেনেকৈ কৰিব :
* প্ৰাৰ্থীয়ে আবেদন পত্ৰ পূৰণ কৰি শেহতীয়াকৈ পাছপ'ৰ্ট আকাৰৰ ৰঙীন ফটোখন পেষ্ট কৰিব লাগিব, আবেদন পত্ৰৰ নিৰ্দিষ্ট স্থানত আৰু ফটোখনৰ ওপৰেৰে স্বাক্ষৰ কৰিব লাগিব। আবেদন পত্ৰৰ ওপৰৰ সোঁফালৰ চুকত একেখন ফটোৰ চাৰিটা কপি ষ্টেপল লগাই দিব লাগে আৰু ষ্টেপল কৰা ফটোৰ পিছফালে প্ৰাৰ্থীয়ে নিজৰ নাম লিখিব লাগে।
* শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, নম্বৰ শ্বীট, বয়স প্ৰমাণ পত্ৰ, জাতি প্ৰমাণ পত্ৰ, বিশেষ দক্ষতা সম্পৰ্কীয় প্ৰমাণ পত্ৰ আদি সকলো প্ৰশংসাপত্ৰৰ স্ব-প্ৰমাণিত প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত ৰূপত আবেদন ৩০.০৮.২০২৫ তাৰিখ বা তাৰ আগতে কামৰ দিনত মুখ্য ন্যায়িক দণ্ডাধীশ, দৰং, মঙলদৈৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগে।
* যিসকল প্ৰাৰ্থীয়ে পোনপটীয়াকৈ হাতেৰে আৱেদন দাখিল কৰিব বিচাৰে তেওঁলোকে দৰঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ ড্ৰপ বক্সত ০১.০৮.২০২৫ৰ পৰা ৩০.০৮.২০২৫ তাৰিখলৈকে সকলো কৰ্মদিনত পুৱা ১০:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ আৱেদন থব লাগিব।
গুৰুত্বপূৰ্ণ তাৰিখ :
আবেদনৰ অন্তিম তাৰিখ : 30/08/2025
আবেদন আৰম্ভ হৈছে : 01/08/2025
বিভাগ : Chief Judicial Magistrate, Darrang, Mangaldai ৰ পৰা মুকলি হৈছে এই Grade-IV 02 টা পিয়ন পদ।
মুঠ পদৰ সংখ্যা : 02 টা
গুৰুত্বপূৰ্ণ Links :
আপোনালোকে আমাৰ WhatsApp Telegram বা Youtube ত আমাৰ লগত জড়িত হৈ থাকিলে সকলো খবৰ সময়ত পাই থাকিব ধন্যবাদ🙏!
✍️ উৎপল ডেকা!
WhatsApp :
0 Comments