Lakhimpur Judiciary Grade-iv Recruitment.
আবেদনৰ অন্তিম তাৰিখ : 23/03/2022.
পদৰ নাম : Peon.
মুঠ পদৰ সংখ্যা : 04 টা
UR : 03
STP : 01
দৰমহা : 12000 ৰ পৰা 52000/- পৰ্যন্ত! আৰু লগতে Grade Pay থাকিব প্ৰতিমাহে 3900/- টকাকৈ--!
বয়স : এই Grade-iv পদ কেইটাত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ বয়স কমতে 18 বছৰৰ পৰা বেছিতে 43 বছৰৰ ভিতৰত হ'ব লাগিব--!
Ur : 00,
Obc/Mobc : 3 বছৰ,
Sc/St : 5 বছৰ,
pwbd : 10 বছৰ
Sc/st Pwbd : 15 বছৰ
Obc/Mobc Pwbd : 13 বছৰ।
এই Grade-iv পদ কেইটাত Apply কৰিবলৈ প্ৰাৰ্থী সকল কম আৰু বেছিতে ৮ পাচ হ'ব লাগিব--! উচ্চ শিক্ষিত ব্যক্তি সকলে এই সমূহ পদত Apply কৰিব নোৱাৰিব--! অৰ্থাৎ এই সমূহ পদত Apply কৰিবলৈ আপোনাক ৮ পাচ Certificate Marksheet আদিৰ প্ৰয়োজন হ'ব!
এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল ভাৰতৰ নাগৰিক হ'ব লাগিব প্ৰথম কথা! আৰু 2nd কথা হ'ল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব--!
প্ৰাৰ্থী সকলৰ Valid Employment Card থাকিব লাগিব অসমৰ যি-কোনো জিলাৰ--!
যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে এই সমূহ পদত Apply Offline যোগে কৰিব লাগিব--! Standard Form অৰ্থাৎ Assam Gazette Part-IX পূৰ কৰিব লাগিব! যি-খন ৰ্ফম আপোনালোকে আমাৰ এই website তে পা'ব তলত। মন দি'ব ৰ্ফম খন ডাঙৰ আখৰে পূৰ কৰিব লাগিব, আৰু আপোনাৰ ৮ পাচ ৰ্মাকচিট আৰু চাৰটিফিকেতৰ লগতে prc, employment, voter id আদি সকলো নথি-পএৰ ফটো কপি ৰ্ফম খনৰ পিছ চাইদত গাঠি দি এটা postal খামত ভৰাব লাগিব আৰু এক কপি আপোনাৰ ফটো ৰ্ফম খনত লগাই দিয়াৰ লগতে আৰু দুই কপি ফটো খামটোত ভৰাই দি'ব। এই সকলোখিনি কাম কৰি হোৱাৰ পিছত আপুনি সেই খামটো তলত দিয়া ঠিকনটোত 23 ৰ্মাচৰ আগতে Postal যোগে বা Local area r প্ৰাৰ্থী সকলে Hand drop যোগে জমা কৰিব লাগিব------------------------------
আবেদন আৰম্ভ হোৱা তাৰিখ : 22nd February 2022,
আবেদনৰ অন্তিম তাৰিখ : 23rd March 2022.
0 Comments