| Assam govt foreigner tribunals grade 4 and grade 3 jobs |
Foreigners Tribunal Recruitment 2022.
অন্তিম তাৰিখ : N/A
Foreigners Tribunal বিভাগৰ পৰা অসমৰ কেইবাখনো জিলাৰ বাবে একেলগে Advertisements Grade III আৰু Grade IV পদৰ বাবে মুকলি হৈছে--! গতিকে অসমৰ যোগ্য আৰু ইচ্ছুক প্ৰতিজন নিবনুৱাই এই সমূহ পদত Apply কৰিব লাগিব বা পাৰিব।
1/ পদৰ নাম : Data Entry Operator
মুঠ পদৰ সংখ্যা : N/A
2/ পদৰ নাম : Copyist
মুঠ পদৰ সংখ্যা : N/A
3/ পদৰ নাম : LDA
মুঠ পদৰ সংখ্যা : N/A
4/ পদৰ নাম : Stenographer
মুঠ পদৰ সংখ্যা : N/A
5/ পদৰ নাম : Chowkidar
মুঠ পদৰ সংখ্যা : N/A
6/ পদৰ নাম : Office Peon
মুঠ পদৰ সংখ্যা : N/A
বয়স : এই সমূহ Foreigner Tribunal বিভাগৰ Grade-iii আৰু Grade-iv পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ বয়স কমতে 18 ৰ পৰা বেছিতে 40 বছৰৰ ভিতৰত হ'ব লাগিব।
Ur : 00
Obc/Mobc : 3 বছৰ
Sc/St : 5 বছৰ
Pwd : 10 বছৰ
Pwd Obc/Mobc : 13 বছৰ
Pwd Sc/St : 15 বছৰ
Grade-iv : Chowkidar আৰু Office Peon পদত কেৱল মাএ ৮ পাচ নিবনুৱা যুৱক-যুৱতী সকলেহে Apply কৰিব পাৰিব বা তাৰ সম পৰিমানৰ শিক্ষা থকা সকলেহে পাৰিব Apply কৰিব। মন দি'ব উচ্চ শিক্ষিত সকলে Apply কৰিব নোৱাৰিব বুলি Official Advertisement বিলাকত স্পষ্ট কৈ লিখা আছে।
প্ৰাৰ্থী সকলৰ valid Employment Exchange Registration Certificate থাকিব লাগিব। তেতিয়াহে Application Form Submit কৰিব। কাৰন Valid Employment Exchange Registration Certificate নথকাকৈ Apply কৰিলে হয়টো Application Form খন আপোনাৰ Reject হৈ যা'ব পাৰে--!
অনুগ্ৰহ কৰি যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া Official Advertisement বিলাকৰ পৰা চাই ল'ব-------------!
FT 1 Kamrup Metro Advertisement
FT 1/2 Dibrugarh Advertisement
-----------------Utpal~Deka.
Thanks.
0 Comments