Tezpur Gohpur Recruitment 2022 |
আবেদনৰ অন্তিম তাৰিখ : ১০ দিন।
টো বন্ধু-বান্ধবী সকল Foreigners Tribunal, Tezpur & Gohpur ৰ পৰা মুকলি হৈছে এখন নতুন চাকৰি সৰ্ম্পকীয় Advertisement আজি য'ত বিভিন্ন ধৰনৰ কেইটামান ministerial staff Grade-III & Grade-IV Vacancy মুকলি হয়। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে এই সমূহ পদত Apply কৰিব পাৰিব।
1/ পদৰ নাম : UDA/Accountant.
মুঠ পদৰ সংখ্যা : 01 টা
Educational Qualification/শিক্ষা : Graduation ৰ লগতে experience লাগিব।
Scale of Pay/দৰমহা : 14000-49000+GP Rs. 8000
2/ পদৰ নাম : Stenographer Grade-III
No of posts/মুঠ পদৰ সংখ্যা : 01
Educational Qualification/শিক্ষা : HS পাচ হোৱাৰ লগতে Stenography passed হ'ব লাগিব।
দৰমহা : 14000-49000+GP Rs.7400
3/ পদৰ নাম : Data Entry Operator.
No of posts/মুঠ পদৰ সংখ্যা : 02 টা
Educational Qualification/শিক্ষা : HS Passed.
Pay/দৰমহা : 10000 (Fixed).
4/ পদৰ নাম : Copyist
No of posts/মুঠ পদৰ সংখ্যা : 01 টা
Educational Qualification/শিক্ষা : HS Passed.
Pay/দৰমহা : 9000 (Fixed).
5/ পদৰ নাম : Chowkider
No of posts/মুঠ পদৰ সংখ্যা : 01টা
Educational Qualification/শিক্ষা : Class VIII Passed.
Pay/দৰমহা : 9000 (Fixed).
6/ পদৰ নাম : Peon.
No of posts/মুঠ পদৰ সংখ্যা : 01 টা
Educational Qualification/শিক্ষা
: Class VIII Passed.
Pay/দৰমহা : 9000 (Fixed).
যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে এই সমূহ পদত তলত দিয়া ঠিকনাটোত Advertisement টো মুকলি হোৱাৰ 10 দিনৰ ভিতৰতে Apply কৰি 10 দিনৰ ভিতৰতে interview দিব পাৰিব! Advertisement মুকলি হোৱাৰ তাৰিখ : 30/01/2022.
Advertisement Details :
1 Comments
Nurul Islam Laskar
ReplyDelete