| Assam Health Department Grade-III Jobs 2022 |
অসম স্বাস্থ্য বিভাগৰ পৰা নতুন নিযুক্তিৰ এতিয়ালৈ মুঠ 4 খন Grade-III Vacancy ৰে ভৰপূৰ Advertisement মুকলি ক'ৰা হৈছে। য'ত অসমৰ প্ৰতিজন কম শিক্ষিত বা উচ্চ শিক্ষিত নিবনুৱাই Online যোগে Apply কৰিব পাৰিব--! মুঠ 4 খন Advertisement হ'ল ক্ৰমে------
1/ Directorate of Health Services ( DHS ),
2/ Directorate of Health & Family Welfare ( DHSFW ),
3/ Directorate of Medical Education ( DME ),
4/ Directorate of AYUSH Assam.
1/ Directorate Of Health Services ( DHS ) = 1,528 টা,
2/ Directorate Of Health Services & Family Welfare ( Dhsfw ) = 182 টা,
3/ Directorate Of Medical Education ( DME ) = 365 টা,
4/ Directorate Of Ayush Assam = 13 টা
এতিয়া কথা হ'ল বন্ধু-বান্ধবী সকল অসম স্বাস্থ্য বিভাগৰ এই 4 খন Advertisement ৰ মুঠ 2,088 টা Grade-III পদ সমূহৰ দুটা ভাগ আছে, আৰু সেই দুটা ক্ৰমে তলত উল্লেখ কৰা হ'ল-----
এই খিনিতে আকৌ মন দি'ব Grade-III Technical আৰু Grade-III None-Technical Vacancy সমূহৰ মাজত থকা পাৰ্থক্যটো---
টো Friend's সকল i) Grade-III Technical : হ'ল সেই সমূহ Vacancy যি সমূহ Vacancy ত কেৱল মাএ পদৰ নাম বা কাম হিচাপে Diploma Certificate থকা Candidates সকলেহে Apply কৰিব পাৰিব। এক কথাত 10th, 12th & B.a পাচ কৰাৰ পিছত যি সকল প্ৰাৰ্থিয়ে Medical Diploma লৈ থৈছিলে সেই সকল প্ৰাৰ্থিয়ে আবেদন কৰিব পাৰিব স্বাস্থ্য বিভাগৰ এই Grade-III Technical পদৰ চাকৰি সমূহত।
আনহাতে : Grade-III ii) None-Technical পদত যি-সকল প্ৰাৰ্থিয়ে একেবাৰে সাধাৰনকৈ হলেও 10th, 12th & B.a পাচ কৰি ৰাখিছে সেই সমূহ প্ৰাৰ্থিয়ে সুন্দৰ ভাবে Apply কৰিব পাৰিব।
এই সমূহ পদত যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Online যোগে Apply কৰিব লাগিব--!
1/ Directorate of Health Services ( DHS ) :
Advertisement details
2/ Directorate of Health & Family Welfare ( DHSFW ) :
Advertisement details
3/ Directorate of Medical Education ( DME ) :
Advertisement details
4/ Directorate of AYUSH Assam :
Advertisement details
এই 4 খন Advertisement ৰ সকলো Grade-III পদত আবেদন কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স কমতে 18 ৰ পৰা বেছিতে 40 বছৰৰ ভিতৰত হ'ব লাগিব--!
** আনহাত বয়সৰ ৰেহাই অৰ্থাৎ Upper Age Relaxation আছে চৰকাৰি নিয়মৰ মতে ক্ৰমে তলত দিয়া অনুসৰি---
# OBC/MOBC : 3 years
# ST/SC : 5 years
# PwD : 10 years
এতিয়া কথা হ'ল বন্ধু-বান্ধবী সকল স্বাস্থ বিভাগৰ এই 4 খন Advertisement যদিও স্বাস্থ বিভাগৰ পৰা 2021 চনৰ নবেম্বৰ মাহতে মুকলি কৰি দিয়া হৈছিল কিন্তু এতিয়ালৈ এই 4 খন Advertisement ৰ Online আৰম্ভ কৰিব পৰা নাই স্বাস্থ বিভাগে কাৰন স্বাস্থ বিভাগৰ এই 4 খন Advertisement ৰ Grade-III আৰু Grade-IV মিলাই মুঠ 3,945 টা পদ 1 লাখ নিযুক্তিৰ পদ হয় যাৰ বাবে অসম চৰকাৰৰ আৰু অন্যান্য বিভাগ সমূহৰ লগত এই সমূহ পদৰ Online প্ৰক্ৰিয়া একেলগে আৰম্ভ হ'ব গতিকে এই সমূহ পদত আবেদন কৰিবলৈ নিবনুৱা যুৱক যুৱতী সকলে অসম চৰকাৰৰ আৰু অন্যান্য বিভাগ সমূহৰ Advertisement সমূহ মুকলি হোৱালৈ অপেক্ষা কৰিব লাগিব--! অৰ্থাৎ 1 লাখ নিযুক্তিৰ Online প্ৰক্ৰিয়া আৰম্ভ হোৱালৈ--!
___________ ThankYou_Utpal~Deka.
0 Comments