| Assam Pnrd Grade-IV Grade-III Grade-II Recruitment 2022 |
মুঠ পদৰ সংখ্যা : 1394 টা
Grade-IV = 377 টা
Grade-III = 1,014 টা
Grade-II = 3 টা
Online Apply আৰম্ভ তাৰিখৰ : 28/01/2022
Online Apply ৰ অন্তিম তাৰিখ : 07/02/2022
এই সমূহ পদত Candidates সকলে Online যোগে Apply কৰিব লাগিব।
দৰমহা : 75,000//- প্ৰতিমাহে
বয়স : 40 বছৰলৈ পাৰিব।
দৰমহা : 50,000//- কৈ প্ৰতিমাহে--!
বয়স : 40 বছৰলৈ পাৰিব।
দৰমহা : 30,000//- প্ৰতিমাহে--!
বয়স : 30 বছৰলৈ পাৰিব---!
শিক্ষা : এই সমূহ পদত আবেদন কৰিবলৈ প্ৰাৰ্থি সকল উচ্ছ শিক্ষিত হ'ব লাগিব। যেনে ধৰনক : B tech / B E / MBA / MCA / BSC / BCA আদি---!
Grade-I/II মুঠ পদৰ সংখ্যা : 3 টা
Online Apply
Advertisement Details
Official Website
Grade-IV 377 আৰু Grade-III 1,014 টা পদ সমূহ পুৰনি পদ হয় Pnrd বিভাগৰ যি সমূহ পদত নেকি আপোনালোকৰ মাজৰ বেছি সংখ্যাকেই আগতেই Apply কৰি ৰাখিছে Grade-IV 377 পদ সমূহৰ 27/01/2021 ৰ পৰা 10/02/2021 লৈ Online হৈছিল। আৰু Grade-III 1,014 পদ সমূহৰ 28/08/2020 ৰ পৰা 17/09/2020 লৈ Online হৈছিল। যদিও Exam আৰু Admit Card সৰ্ম্পকে কোনো ধৰনৰ Official Update অহা নাছিল বহুদিনলৈ। শেষত যোৱা 27 ডিচেম্বৰ 2021 তাৰিখে অসম চৰকাৰে কেবিনেট বৈঠকত এই সমূহ পদত নিযুক্তি দিয়াটো পুনৰ খাতাং কৰি এই সমূহ পদৰ পুনৰ এবাৰ অনুমোদন কৰে। কিন্ত তাৰ পিছতও এতিয়ালৈ এই সমূহ পদৰ এতিয়ালৈ Pnrd বিভাগৰ পৰা একো Official Update অহা নাই।
কিন্তু জানিব পৰা মতে এই সমূহ Grade-III Grade-IV পদৰ পুনৰ Online Portal মুকলি কৰিব অসম চৰকাৰে। আৰু যি সকল প্ৰাৰ্থীয়ে আগতে এবাৰ Apply কৰিছিলে তেওঁলোকে Re-আবেদন কৰিব নালাগে যদিও নিজৰ নিজৰ Online Application Status সমূহ চেক কৰি চা'ব পাৰিব। আনহাতে যি সকল প্ৰাৰ্থীয়ে আগতে Apply কৰা নাছিলে সেই সকল প্ৰাৰ্থীয়ে এতিয়া Apply কৰাৰ সুবিধা লাভ কৰিব।
আপোনালোকক Pnrd বিভাগৰ পৰা যি নতুন Update আহে আমি তৎক্ষণাত জনাই দিম তাৰ বাবে আপোনালোকে আমাৰ এই Website টো মাজে সময়ে Visit কৰি থাকিব। আৰু আমাৰ Job For People Youtube চেনেলটি Subscribed কৰি ল'ব।
1 Comments
Atiya loi k mne update aha nai
ReplyDelete