WhatsApp Channel : Join Now
Telegram Channel : Join Now
assam silai machine yojana online registration 2025
হৰ ঘৰ চিলাই মেচিন সুখবৰ অসমৰ প্ৰতিখন ঘৰৰ মহিলাই পা'ব চিলাই মেচিন। Online যোগে Apply কৰিব লাগিব যোগ্য মহিলা সকলে!
যদি আপোনাৰ বয়স ১৮-৫০ বছৰৰ ভিতৰত হয় আপুনি এজনি মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন বা পাৰ্চী ধৰ্মৰ মহিলা হয় তেনেহলে আপুনি Online কৰি চিলাই মেচিনটো পা'ব পাৰিব। Online কৰি দি'ব লাগিলে WhatsApp কৰক : 8473859389 এই নম্বৰত! ( 15 Sep Last Date )
বয়স : ১৮-৫০ বছৰলৈ ( মহিলা )
শিক্ষা : পঞ্চম পাচ হলেই হ'ব!
১. প্ৰাৰ্থীৰ ফটো,
২. প্ৰাৰ্থীৰ চহী,
৩. Voter ID (যদি আছে),
৪. Aadhaar ID,
৫. Class V পাচ Certificate ( বেছি পঢ়া সকলে Class 10/12 পাচও দিব পাৰে ),
৬. Income Certificate,
৭. Age Proof Certificate ( Birth Certificate/Class 10 Admit )
অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা মুকলি হোৱাৰ বাবে এই আচনিত কেৱল অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচীত ধর্মীয় সংখ্যালঘু (মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ) ধৰ্মৰ লোক সকলেহে Apply কৰিব পাৰিব! বা সুবিধা লাভ কৰিব!
যদি আপোনাৰ বয়স ১৮-৫০ বছৰৰ ভিতৰত হয় আপুনি এজনি মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন বা পাৰ্চী ধৰ্মৰ মহিলা হয় তেনেহলে আপুনি Online কৰি চিলাই মেচিনটো পা'ব পাৰিব। Online কৰি দি'ব লাগিলে WhatsApp কৰক : 8473859389 এই নম্বৰত! ( 15 Sep Last Date )
আপোনালোকে আমাৰ WhatsApp Telegram বা Youtube ত আমাৰ লগত জড়িত হৈ থাকিলে সকলো খবৰ সময়ত পাই থাকিব!
0 Comments