স্বাস্থ্য বিভাগ অসমত চাকৰিৰ বৰষুণ ~ Health Department Assam Grade-III Grade-IV
Recruitment 2025
স্বাস্থ্য বিভাগ অসমৰ মুঠ 5,150 টা পদ সকলো মিলাই! ক্ৰমে এনেধৰনৰ~
Nhm Assam Anm Post = 1138
15July 2025 ৰ পৰা 31 July 2025 লৈ Online হৈ গ'ল!
Nhm Assam CHO Post = 882
20 July 2025 ৰ পৰা 5 August 2025 লৈ Online হৈ আছে!
DME Assam Technical Non Technical Grade-III Grade-IV Post = 3,130
Dme Technical Post = 1,708
Exam Date = 12 January 2025
Date of declaration of result : 25th June 2025
DME Non-Tech Post = 765
Exam Date : 30th March 2025
Result কেতিয়া দিয়া হ'ব DME Assam 765 Grade-III Non-Technical পদৰ ? যিহেতু Health,ADRE,POLICE,EDUCATION মিলাই সকলো বিভাগৰ নিযুক্তি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিৰ্শ্ব শৰ্মাই 10 OCT, 2025 ত দিম বুলি খাতাং কৰি থৈছে, গতিকে এই আগষ্ট মাহতে DME Non Technical 765 পদৰ Result অহাৰ পূৰ্ণ সম্ভাৱনা আছে অৱশ্যে প্ৰথম অৱস্থাত August মাহতে 50 টকা ভৰি OMR Download কৰাৰ প্ৰক্ৰিয়াটো 12 দিনৰ মানৰ বাবে হ'ব আৰু তাৰ পিছতে Final Result 1:2 অনুপাতে প্ৰকাশ পা'ব এই আগষ্ট মাহৰ শেষৰ ফালে বুলি আশা কৰিব পৰা যায়।
Dme Grade-IV Post = 657 (বাতিল হৈছে Grade-IV পদ খিনি) কিন্তু অতি শীঘ্ৰেই এই আগষ্ট মাহতে DME ৰ ফালৰ পৰা বিভিন্ন মেডিকেল কলেজ সমূহৰ পৰা প্ৰায় 900 মান Grade-IV পদ আহিব বুলি আশা কৰিব পাৰি, কাৰণ অসমৰ বিভিন্ন ঠাইত স্থাপিত হোৱা নতুন মেডিকেল কলেছ সমূহত কোনো ধৰনৰ Grade-IV কৰ্মচাৰী নাই বুলি বিভিন্ন সংবাদ মাধ্যম যোগে স্পষ্ট কৈ গম পাই থকা হৈছে। গতিকে ৰ্প্ৰায় 900 মান Grade-IV খালি হৈ থকা DME অসমৰ পদ সমূহৰ বিজ্ঞাপন DME অসমে যি-কোনো মূৰ্হুততে প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
আপোনালোকে আমাৰ WhatsApp Telegram বা Youtube ত আমাৰ লগত জড়িত হৈ থাকিলে সকলো খবৰ সময়ত পাই থাকিব ধন্যবাদ🙏!
✍️ উৎপল ডেকা!
0 Comments