DME Assam ৰ Non-Technical পদৰ Exam ত যি সকল আদিবাসী OBC অৰ্থাৎ Tea Tribes প্ৰাৰ্থী Exam ত বহিছিল যদি Apply কৰা সময়ত তেওঁলোকে নিজৰ Caste Selection কৰোতে Tea Tribes OBC Select কৰা নাছিলে বৰ্তমান Select কৰাৰ বাবে DME অসমে Website মুকলি কৰি দিছে। অৰ্থাৎ আদিবাসী Obc সকলৰ বাবে যিহেতু Extra 3% Reservation থাকে গতিকে তেওঁলোকে 19 আগষ্ট 2025 তাৰিখৰ পৰা 25, আগষ্ট 2025 তাৰিখৰ ভিতৰত www.dme.assam.gov.in Website গৈ নিজৰ Tea Tribes Obc Caste Selection কৰিলে সাধাৰণ OBC Reservation 27% আৰু Tea Tribes OBC Reservation মিলাই 30% Reservation পাবলৈ সক্ষম হব।
DME Assam 19 August ত অহা এই Notice খনে এটা কথা স্পষ্ট কৰি দিছে যে এই কেইদিনৰ ভিতৰতেই DME অসমৰ 50 টকা ভৰি OMR Download কৰা Option টো মুকলি কৰি দিব 12 দিন মানৰ বাবে আৰু তাৰ পিছতে Final Result টো মুকলি হোৱাৰ সম্ভাৱনা আছে ক্ৰমে, Sep মাহৰ আৰম্ভনিৰ পৰা মাজ ভাগতে।
WhatsApp Channel : Join Now
Telegram Channel : Join Now
0 Comments