সকলো চাকৰি Update পাই থাকিবলৈ তলৰ Links ৰ পৰা Join হৈ ল'ক এতিয়াই :
8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)
সকলো ভাৰতীয় মহিলাই চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। মুঠ ৫০ হাজাৰ নিবনুৱা মহিলাক এই চিলাই মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ’ব। কিন্তু ইয়াত চিলাই মেচিনৰ এপ্লিকেচন দিবলৈ হ’লে চিলাইৰ কাম কম বেছি পৰিমাণে জানিব লাগিব। এই আঁচনিৰ বাবে প্ৰায় সকলোৱে আবেদন কৰিব পাৰিব।
শিক্ষাগত অৰ্হতা : প্ৰয়োজন নাই!
১) আবেদনকাৰী মহিলা হ’ব লাগিব, পুৰুষ প্ৰাৰ্থী এই আঁচনিৰ বাবে আবেদন কৰিবলৈ যোগ্য নহয়।
২) আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।
৩) মহিলা আবেদনকাৰীৰ বয়স ২০-৪০ বছৰৰ ভিতৰত হ’ব লাগিব।
৪) মহিলা আবেদনকাৰীৰ পৰিয়ালৰ মাহিলী আয় ১২,০০০ টকাৰ তলত হ’ব লাগিব।
ইয়াত সম্পূৰ্ণ অফলাইন আবেদন কৰিব লাগিব।
১) প্ৰথমে ইয়াত আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব, আবেদন পত্ৰৰ লিংক তলত দিয়া হৈছে।
২) আৰু সেই আবেদন পত্ৰখনৰ প্ৰিন্ট আউট এখন বগা A4 আকাৰৰ কাগজত লওক।
৩) তাৰ পিছত নিজৰ নাম, পিতৃৰ নাম, মাতৃৰ নাম, অভিভাৱকৰ নাম, শিক্ষাগত অৰ্হতা, লিংগ, বয়স, ঠিকনা, আধাৰ নম্বৰ, এটা বৈধ ফোন নম্বৰ ইত্যাদি সকলো ব্যক্তিগত তথ্য লিখি সঠিকভাৱে ফৰ্মখন পূৰণ কৰক।
৪) লংঘৰৰ ওপৰত পাছপ’ৰ্ট আকাৰৰ ফটো এখন সংলগ্ন কৰিব কৰক আৰু তলত চহী কৰিব লাগিব।
৫) ইয়াৰ পিছত সকলো নথি-পত্ৰ আবেদন পত্ৰৰ সৈতে একেলগে সংলগ্ন কৰি ডাকঘৰৰ জৰিয়তে নিজ নিজ ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
আবেদন প্ৰ-পত্ৰ জমা দিওঁতে আৱেদন প্ৰ-পত্ৰৰ লগতে জমা দিবলগীয়া সকলো প্ৰয়োজনীয় নথি-পত্ৰ হ’ল –
১) বয়সৰ প্ৰমাণ বা জন্মৰ প্ৰমাণ পত্ৰ।
২) স্থায়ী বাসিন্দাৰ প্ৰমাণ।
৩) মাহিলী আয়ৰ প্ৰমাণ হিচাপে পঞ্চায়ত প্ৰধানৰ স্বাক্ষৰিত আয়ৰ প্ৰমাণ পত্ৰ।
৪) কাষ্ট চাৰ্টিফিকেট যদি আছে ।
৫) আবেদনকাৰীৰ পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফৰ দুটা কপি তলত স্ব-চহী কৰক।
এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি বিবেচিত সকলৰ আবেদন পত্ৰৰ সঠিক পৰীক্ষণৰ পিছত বিনামূলীয়া চিলাই মেচিন প্ৰতিজন আবেদনকাৰীৰ ঘৰত তেওঁলোক থকা ব্লক বা পঞ্চায়ত বা পৌৰসভাৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব।
Apply Form Download Click Here
Go Official Website Now Click Here
0 Comments