MES Recruitment 2023~মুকলি হল 41,000+ Grade-III চাকৰি

 MES Recruitment 2023~মুকলি হল 41,000+ Grade-III চাকৰি

MES Recruitment 2023~

✔️✔️✔️📢📢*DME* ৰ 2008 পদৰ Exam ৰ বাবে বা কৃষি বিভাগৰ এই সকলো পদৰ Exam ৰ বাবে ( চন 2000-2021 চনলৈ ) বিভিন্ন পৰীক্ষাত আহি থকা পুৰনি প্ৰশ্ন কাকত সমূহৰ ওপৰত নিভৰ কৰি প্ৰস্তুত কৰা Common Pdf লবলৈ যোগা-যোগ কৰক :
8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)


Common English Grammar এই Pdf টো লবলৈ 8473859389 WhatsApp কৰক

@Common English Grammar এই Pdf টো লবলৈ 8473859389 WhatsApp কৰক!

My Twitter Links : Click Here

My Telegram Links : Click Here

সকলো চাকৰি খবৰ WhatsApp ত পাই থাকিবলৈ তলৰ Links ৰ পৰা Join হৈ ল'ক আমাৰ Group ত : Click Here


Mes মানে হ'ল Military Engineer Service য'ত বৰ্তমান সময়ত 41,000+ Grade-III চাকৰি মুকলি হৈছে! গতিকে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থী সকলে Online যোগে Apply কৰিব পাৰিব এই সমূহ পদত! আৰু আটাইতকৈ বেছি সুখৰ খবৰটো হ'ল যে শিক্ষা কম হলেও পাৰিব Apply কৰিব এই সমূহ পদত! Mes ৰ Official Website Visit কৰি--! Official Website টো হ'ল যে-(@https://mes.gov.in) Mes ৰ এই ইমান বেছি 41,000+ পদৰ ভিতৰত যদিহে আপুনিও এটা চাকৰি লব বিছাৰে তেনেহলে অতি সহজে লাভ কৰিব পাৰিব এই সমূহ পদত আপুনি চাকৰি কিয়নো ইয়াত নাই কোনো ধৰনৰ Physical অৰ্থাৎ running আদি! ইয়াত Selection Process টো বহুত বেছি উজু হয়। কেৱল তিনিটা স্তৰত হয় ৰ্নিবাচন-----

সেই তিনিটা স্তৰ হল ক্ৰমে-----
1) Written Exam অৰ্থাৎ লিখিত পৰীক্ষা,
2) Medical অৰ্থাৎ স্থাস্ব পৰীক্ষা,
3) Interview&Documents Verification অৰ্থাৎ মৌখিক আৰু নথি-পএৰ নিৰীক্ষণ।

শিক্ষা কিমান লাগিব?

শিক্ষা : ১০ পাচ হ'ব লাগিব কোনো Percentage অৰ্থাৎ নম্বৰৰ শতাংশৰ দৰকাৰ নাই!  

বয়স কিমান হ'ব লাগিব?

বয়স  : ১৮-৩০ বছৰ 
আনহাতে বয়সৰ আছে ৰেহাইও reservation Caste ৰ বাবে।
যেনে- 
Sc/st : 5 বছৰ
Obc/Mobc : 3 বছৰ 
Ex-Service Men : 3 বছৰ
Pwd : 10 বছৰ
Sc/St Pwd : 15 বছৰ
Obc/Mobc Pwd : 13 বছৰ

Application Fee :

# General Candidates : 100/- Rupees.

# EWS Candidates : 100/- Rupees.

# OBC Candidates : 100/- Rupees.

# ST Candidates : Free

# SC Candidates : Free


Payment Mode: Pay the Examination Fee Through Debit Card, Credit Card, Net Banking.


How To Apply Mes ৰ এই সমূহ পদত Apply কেনেকৈ কৰিব?

 
MES ৰ এই সমূহ পদত Online যোগে কৰিব লাগিব আপোনালোকে Apply 

MES Recruitment Important Dates 2023?

Online Start Date অৰ্থাৎ Online আৰম্ভ তাৰিখ : July 2023 মাহ নাইবা August 2023 

Online Last Date অৰ্থাৎ Online ৰ শেষ তাৰিখ :
July 2023 মাহ নাইবা August 2023

How To Apply for MES Recruitment 2023

Interested and eligible candidates can apply online for MES Recruitment by visiting the official recruitment portal of https://MES.nic.in/. They can follow the steps given below.


Step 1: Scroll down, go to the Important web-links section.


Step 2: Click on the ‘Apply Online’ form link.


Step 3: A new Webpage will open.


Step 4: Enter all your personal and educational details as required.


Step 5: Upload your passport size photograph and signature and other required documents.


Step 6: Pay the Application Fee as per your category and finally click on the submit button.


Step 7: Don't forget to take the Print of the submitted application form


Important Web-Links


Official Notification :

Click Here Download Now





 

 



Post a Comment

0 Comments

Close Menu