State Anti-Drug & Prohibition Council, Assam 48 Vacancy Recruitment-2022

 State Anti-Drug & Prohibition Council, Assam 48 Vacancy Recruitment-2022 :

Assam govt jobs 2022, assam govt latest new jobs, assam govt new jobs,
assam govt jobs 2022


State Anti-Drug & Prohibition Council অসমৰ পৰা মুকলি কৰি দিয়া হ'ল আজি এখন নতুন চাকৰি সৰ্ম্পকীয় Advertisement. য'ত মুঠ 48 টা Vacancy আছে 6 খন District ৰ বাবে।   District কেইখন হ'ল ক্ৰমে-

Tinsukia, Dibrugarh, Golaghat, Sonitpur, Kamrup Metro আৰু Barpeta. 


**Note/ মন দি'ব : যদিওঁ এই সমূহ Vacancy কেৱল মাএ 6 খন District ৰ বাবে মুকলি হৈছে এই সমূহ Vacancy ত সমগ্ৰ অসমৰ নিবনুৱা Candidates অৰ্থাৎ প্ৰাৰ্থি সকলে আবেদন কৰিব পাৰিব--!


State Anti-Drug & Prohibition Council, Assam Recruitment 2022   :


1. পদৰ নাম : Project Coordinator cum Vocational Counsellor.

মুঠ পদৰ সংখ্যা : 6 টা

Educational Qualification/শিক্ষা : 

 এই সমূহ পদত Apply কৰিবলৈ Candidates সকল Graduate হব লাগিব Social Work বা Sociology বা Social Science ৰ পৰা যি-কোনো recognized University ৰ পৰা।

Experience/অভিজ্ঞতা :

কমতে 1 বছৰৰ কাম কৰা অভিজ্ঞতা বিছৰা হৈছে।

**লগতে Candidate সকলৰ Computer ত কাম কৰাৰ জ্ঞান থকাটো বাধ্যতামূলক।

দৰমহা : 15,000 হাজাৰকৈ Fixed.

বয়স : 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



2/. পদৰ নাম :  Accountant cum Clerk.

মুঠ ইদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকল Commerce ৰ পৰা Graduate হব লাগিব যি-কোনো recognized University ৰ পৰা।

Experience/অভিজ্ঞতা : জ্ঞান থাকিব লাগিব Accounts কামৰ ওপৰত আৰু Computer ত কাম কৰিব পাৰিব লাগিব।

Remuneration/দৰমহা : Rs. 10,000/- কৈ প্ৰতিমাহে Fixed.

Age Limit/বয়স : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



3/. পদৰ নাম :  Ward Boy.

No of posts/ মুঠ পদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা : কমতে  Class-X passed হ'ব লাগিব।

Experience/অভিজ্ঞতা :

 যি-কোনো Health Institute বা Centre ত কাম কৰাৰ অভিজ্ঞতা থকা সকলে Preference পা'ব বেছিকৈ।

Remuneration/দৰমহা : Rs. 11,000/- প্ৰতিমাহে Fixed.

Age Limit/বয়স : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



4/. পদৰ নাম : Nurse.

No of posts/মুঠ পদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা : 

Diploma Certificate লাগিব Nursing ৰ যি-কোনো recognized institute ৰ পৰা।

Experience/অভিজ্ঞতা : 

যি-কোনো Health Institute বা Centre ত কাম কৰাৰ অভিজ্ঞতা থকা সকলে Preference পা'ব বেছিকৈ।

Remuneration/দৰমহা :

 Rs. 11,000/- প্ৰতিমাহে Fixed.

Age Limit/বয়স : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



5/. পদৰ নাম : Social Worker.

No of posts/মুঠ পদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা : 

Graduate in Social Work/Sociology/Psychology/Community Science from a recognized University.

Experience/অভিজ্ঞতা :

কমতে 1 বছৰৰ কাম কৰা অভিজ্ঞতা বিছৰা হৈছে।

Remuneration/দৰমহা :

 Rs. 12,500/- প্ৰতিমাহে Fixed.

Age Limit/বয়স : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



6/. পদৰ নাম : Counsellor.

No of posts/ মুঠ পদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা : 

Graduate in Social Work/Sociology/Psychology/Community Science from a recognized University.

Experience/অভিজ্ঞতা :

কমতে 1 বছৰৰ কাম কৰা অভিজ্ঞতা বিছৰা হৈছে।

Remuneration/দৰমহা :

 Rs. 12,500/- প্ৰতিমাহে Fixed.

Age Limit/বয়স : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



7. পদৰ নাম : Doctor (Part time).

No of posts/মুঠ পদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা : MBBS.

Experience/অভিজ্ঞতা : 

Should hold a training certificate in Addiction medicine from a recognized institute.

Remuneration/দৰমহা : Rs. 16,500/-p.m. (Fixed)

Age Limit/বয়স : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



8/. পদৰ নাম : Psychologist.

No of posts/মুঠ পদৰ সংখ্যা : 06 টা

Educational Qualification/শিক্ষা :

 Graduate in Psychology/Community Science from a recognized University.

Experience/অভিজ্ঞতা :

কমতে 1 বছৰৰ কাম কৰা অভিজ্ঞতা বিছৰা হৈছে।

Remuneration/দৰমহা :

 Rs. 12,500/- প্ৰতিমাহে Fixed.

Age Limit/বয়স : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।



**আবেদন কেনেকৈ কৰিব?? :


টো বন্ধু-বান্ধবী সকল এই সমূহ পদত যোগ্য প্ৰাৰ্থি সকলে Offline আবেদন কৰিব লাগিব।


standard form ফিলাপ কৰি তাৰ লগত দুই কপি colour passport size photographs দি আৰু Educational Qualification ৰ সকলো নথি পএৰ ফটোকপিৰ সৈতে Submit কৰিব লাগিব তলত দিয়া ঠিকনাটোত 27/01/2022 ৰ আগতে--!


ঠিকনা : Office of the State Anti-Drug & Prohibition Council, Assam,

Silpukhuri, Guwahati-3 .



*কিছুমান গুৰুত্বপূৰ্ণ Links :

Advertisement Click here To download Now

Post a Comment

0 Comments

Close Menu