| Guwahati high court recruitment 2022 |
Guwahati High Court ৰ পৰা আজি নতুনকৈ এখন চাকৰিৰ Advertisement মুকলি কৰা হৈছৈ য'ত অসমৰ সকলো নিবনুৱা যুৱক-যুৱতী সকলে Online যোগে Apply কৰিব লাগিব।
1/. পদৰ নাম : Chauffeur (Driver)
দৰমহা : Rs.14000 ৰ পৰা 60500/- টকা হোৱাৰ লগতে Grade Pay থাকিব প্ৰতিমাহে 5200/- টকাকৈ--!
qualification / শিক্ষা :
ৰ্ডাইভাৰ পদৰ বাবে মেৰ্টিক অৰ্থাৎ ১০ পাচ হ'ব লাগিব যি-কোনো চৰকাৰি প্ৰতিষ্ঠানৰ পৰা। আৰু লগতে Driving Licence থাকিব লাগিব চাৰি চকাৰ।
2/. পদৰ নাম : Court Attendant (Peon)
দৰমহা : 12000 ৰ পৰা 52000/- টকা পৰ্যন্ত হোৱাৰ লগতে Grade Pay থাকিব প্ৰতিমাহে Rs. 3900/- টকাকৈ--!
qualification / শিক্ষা : এই পিয়ন পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থি সকল ৮ পাচ হ'ব লাগিব।
প্ৰাৰ্থি সকলৰ বয়সৰ সময় সিমা : 18-40 বছৰৰ ভিতৰত হ'ব লাগিব General সকলৰ।আৰু বাকী Reservation Cetegory ৰ বাবে আছে Upper Age Relaxtation উপলব্ধ আছে ক্ৰমে তলত দিয়া অনুসৰি---
OBC//MOBC : 43 years
SC : 45 years
ST (P) & ST (H) : 45 years
PWD : 50 years
SC / ST(P) / ST(H) : Rs 150/-
ObC/Mobc : Rs 300/-
PwBD : Nil
Payment টো কৰিব লাগিব আপোনালোকে SBI Fee Payment Challan ৰ জৰিয়তে--!
টো বন্ধু-বান্ধবী সকল যোগ্য আৰু আগৰহি প্ৰাৰ্থি সকলে গুৱাহাটি হাই ৰ্কোটৰ এই সমূহ পদত Apply Online যোগে কৰিব লাগিব।
আবেদন আৰম্ভ হ'ব : 2022 চনৰ 17 জানুৱাৰীৰ দিনৰ 3 বজাৰ পৰা।
আবেদনৰ অন্তিম তাৰিখ : 31/01/2022 সময় 5 বজালৈ চলি থাকিব Online.
Payments কৰা অন্তিম তাৰিখ হ'ল : 03/02/2022.
Important Web-Links of Gauhati High Court Recruitment :
Apply Online : 17/01/2022
Advertisement Details Click Here To Download
Go Now Official Website Click Here
0 Comments