| assam pnrd recruitment 2022 |
অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা আহিছে এখন নতুন চাকৰি সৰ্ম্পকীয় খালি পদৰ Advertisement. য'ত Management Professional Vacancy মুকলি হৈছে। গতিকে যোগ্য Candidates সকলে Online যোগে Apply কৰিব পাৰিব।
পদৰ নাম/Name Of Post : Management Professional.
মুঠ পদৰ সংখ্যা/Total Number Of Post : 06 টা
Place Of Posting/চাকৰি কৰাৰ ঠাই : অসমৰ 4 খন জিলাৰ 6 টা Clusters ত আছে খালি হৈ--
আৰু সেই 6 টা Clusters হ'ল ক্ৰমে---
i) Phuloni, Bokajan, Diphu (Karbi Anglong District),
ii) Tamulpur (Baksa District),
iii) Kalain (Cachar District),
iv) Chandrapur (Kamrup Metro District).
Remuneration/দৰমহা : Rs.30,000//- কৈ প্ৰতিমাহে--!
বয়স : প্ৰাৰ্থি সকলৰ এই সমূহ পদত আবেদন কৰিবলৈ বয়স কমতে 25 ৰ পৰা আৰু বেছিতে 40 বছৰৰ ভিতৰত হ'ব লাগিব।
এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলৰ শিক্ষা
Post Graduate in Rural Development বা Rural Management বা Agriculture বা Social Sciences ৰ পৰা কমতে 55% নম্বৰ লৈ পাচ হ'ব লাগিব। আৰু লগতে কমতে যি-কোনো চৰকাৰি বা তেনেকুৱা প্ৰতিষ্ঠানৰ পৰা 2 বছৰৰ' experience লাগিব আৰু computer Knowledge থাকিব লাগিব আৰু local language অসমীয়া জনাটো বাধ্যমূলক।
*আবেদন আৰম্ভ হৈছে : 31/12/2021 ৰ পৰা।
*আবেদনৰ অন্তিম তাৰিখ হ'ল : 14/01/2022
0 Comments