| Central govt jobs for assam 2022 |
Employees' State Insurance Corporation চমুকৈ ( ESIC ) North East Region, Guwahati ৰ পৰা এখন চাকৰি সৰ্ম্পকীয় Advertisement মুকলি হয়। য'ত Upper Division Clerk চমুকৈ ( UDC ) আৰু Multi-Tasking Staff চমুকৈ ( MTS ) পদৰ regular চাকৰি মুকলি হয়। যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Online যোগে Apply কৰিব লাগিব।
Number of posts/মুঠ পদৰ সংখ্যা : 17 টা [ UR-7, SC-2, OBC-6, EWS-2 ]
Age Limit/বয়সৰ সময় সিমা :
এই সমূহ পদত আবেদন কৰিবলৈ বয়স সাধাৰনতে General প্ৰাৰ্থী সকলৰ 18 ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব।
Educational Qualification/শিক্ষা : এই Multi-Tasking Staff পদ কেইটাত Apply কৰিবলৈ প্ৰাৰ্থী সকল 10th পাচ অৰ্থাৎ মেৰ্টিক পাচ হ'ব লাগিব।
Scale of Pay/দৰমহা : 18,000 ৰ পৰা আৰম্ভ কৰি 56,900 টকা পৰ্যন্ত পা'ব।
Age Relaxation/বয়সৰ ৰেহাই : চৰকাৰি নিয়ম অনুযায়ি Reservation Cetegory ৰ Candidates সকলৰ বাবে আছে বয়সৰ ৰেহাই। Upper age limit is relaxable for persons belonging to reserved categories i.e. SC/ ST/ OBC/PWD/ Ex-Servicemen.
SC = 5 বছৰ,
ST = 5 বছৰ,
OBC = 3 বছৰ,
MOBC = 3 বছৰ,
PWBD = 10 বছৰ,
Ex-Servicemen = 2 বছৰ।
Number of posts/পদৰ সংখ্যা : 1টা (OBC)
Age Limit/বয়সৰ সময় সিমা : এই সমূহ পদত আবেদন কৰিবলৈ বয়স সাধাৰনতে General প্ৰাৰ্থী সকলৰ 18 ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব।
Educational Qualification/শিক্ষা : এই Upper Division Clerk পদ সমূহত আবেদন কৰিবলৈ প্ৰাৰ্থী সকল কমতে যি-কোনো degree পাচ হ'ব লাগিব যি-কোনো চৰকাৰি প্ৰতিষ্ঠানৰ পৰা লাগিব। আৰু লগতে Computer ত কাম কৰাৰ knowledge থাকিব লাগিব।
Scale of Pay/দৰমহা : 25,500 ৰ পৰা আৰম্ভ কৰি 81,100 টকা পৰ্যন্ত পা'ব।
Age Relaxation/বয়সৰ ৰেহাই : চৰকাৰি নিয়ম অনুযায়ি Reservation Cetegory ৰ Candidates সকলৰ বাবে আছে বয়সৰ ৰেহাই। Upper age limit is relaxable for persons belonging to reserved categories i.e. SC/ ST/ OBC/PWD/ Ex-Servicemen.
SC = 5 বছৰ,
ST = 5 বছৰ,
OBC = 3 বছৰ,
MOBC = 3 বছৰ,
PWBD = 10 বছৰ,
Ex-Servicemen = 2 বছৰ।
টো মৰমৰ বন্ধু-বান্ধবী সকল আপোনালোকে এই সমূহ পদত Online যোগে আবেদন কৰিব লাগিব।
Online আৰম্ভ হোৱাৰ তাৰিখ : 15/01/2022
Online আবেদন কৰাৰ অন্তিম তাৰিখ : 15/02/2022
Advertisement Details Download Now
Official Website Go Now
Online Apply Now
----------Utpal Deka ThankYou.
1 Comments
New website nk bro aei2
ReplyDelete