Employees State Insurance Corporation Guwahati Recruitment-2022

Employees State Insurance Corporation Guwahati Recruitment-2022

Central govt jobs for assam 2022, assam govt jobs
Central govt jobs for assam 2022


Employees' State Insurance Corporation চমুকৈ ( ESIC ) North East Region, Guwahati ৰ পৰা এখন চাকৰি সৰ্ম্পকীয় Advertisement মুকলি হয়। য'ত Upper Division Clerk চমুকৈ ( UDC ) আৰু Multi-Tasking Staff চমুকৈ ( MTS ) পদৰ regular চাকৰি মুকলি হয়। যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Online যোগে Apply কৰিব লাগিব।


**পদৰ নাম দৰমহা শিক্ষা বয়স আদি তলত উল্লেখ কৰা হ'ল : 

1/ পদৰ নাম : Multi-Tasking Staff ( MTS ).

Number of posts/মুঠ পদৰ সংখ্যা : 17 টা [ UR-7, SC-2, OBC-6, EWS-2 ]

Age Limit/বয়সৰ সময় সিমা :

 এই সমূহ পদত আবেদন কৰিবলৈ বয়স সাধাৰনতে General প্ৰাৰ্থী সকলৰ  18 ৰ পৰা  25 বছৰৰ ভিতৰত হ'ব লাগিব।

Educational Qualification/শিক্ষা : এই Multi-Tasking Staff পদ কেইটাত Apply কৰিবলৈ প্ৰাৰ্থী সকল 10th পাচ অৰ্থাৎ মেৰ্টিক পাচ হ'ব লাগিব।

Scale of Pay/দৰমহা : 18,000 ৰ পৰা আৰম্ভ কৰি 56,900 টকা পৰ্যন্ত পা'ব।

Age Relaxation/বয়সৰ ৰেহাই : চৰকাৰি নিয়ম অনুযায়ি Reservation Cetegory ৰ Candidates সকলৰ বাবে আছে বয়সৰ ৰেহাই। Upper age limit is relaxable for persons belonging to reserved categories i.e. SC/ ST/ OBC/PWD/ Ex-Servicemen.

SC = 5 বছৰ,

ST = 5 বছৰ,

OBC = 3 বছৰ,

MOBC = 3 বছৰ,

PWBD = 10 বছৰ,

Ex-Servicemen = 2 বছৰ।


2/ পদৰ নাম : Upper Division Clerk (UDC)

Number of posts/পদৰ সংখ্যা : 1টা (OBC)

Age Limit/বয়সৰ সময় সিমা : এই সমূহ পদত আবেদন কৰিবলৈ বয়স সাধাৰনতে General প্ৰাৰ্থী সকলৰ  18 ৰ পৰা  27 বছৰৰ ভিতৰত হ'ব লাগিব।

Educational Qualification/শিক্ষা : এই Upper Division Clerk পদ সমূহত আবেদন কৰিবলৈ প্ৰাৰ্থী সকল কমতে যি-কোনো degree পাচ হ'ব লাগিব যি-কোনো চৰকাৰি প্ৰতিষ্ঠানৰ পৰা লাগিব। আৰু লগতে Computer ত কাম কৰাৰ knowledge থাকিব লাগিব।

Scale of Pay/দৰমহা : 25,500 ৰ পৰা আৰম্ভ কৰি 81,100 টকা পৰ্যন্ত পা'ব।

Age Relaxation/বয়সৰ ৰেহাই : চৰকাৰি নিয়ম অনুযায়ি Reservation Cetegory ৰ Candidates সকলৰ বাবে আছে বয়সৰ ৰেহাই। Upper age limit is relaxable for persons belonging to reserved categories i.e. SC/ ST/ OBC/PWD/ Ex-Servicemen.

SC = 5 বছৰ,

ST = 5 বছৰ,

OBC = 3 বছৰ,

MOBC = 3 বছৰ,

PWBD = 10 বছৰ,

Ex-Servicemen = 2 বছৰ।

**এতিয়া কথা হ'ল প্ৰাৰ্থী সকলে আবেদন কেনেকৈ কৰিব ?? :

টো মৰমৰ বন্ধু-বান্ধবী সকল আপোনালোকে এই সমূহ পদত Online যোগে আবেদন কৰিব লাগিব।

Online আৰম্ভ হোৱাৰ তাৰিখ : 15/01/2022

Online আবেদন কৰাৰ অন্তিম তাৰিখ : 15/02/2022


**Candidates সকলে এই সমূহ পদত Apply কৰিবলৈ তলত Links পা'ব----

Advertisement Details Download Now

Click Here

Official Website Go Now 

Click Here

Online Apply Now

Click Here

----------Utpal Deka ThankYou.


Post a Comment

1 Comments

Close Menu