North Lakhimpur Recruitment 2022-23 Vacancy

 North Lakhimpur Recruitment 2022-23 Vacancy 

North lakhimpur new jobs recruitment 2022, north lakhimpur jobs assam, north lakhimpur assam,
North Lakhimpur New Jobs Recruitment 2022


Valley View School, North Lakhimpur ৰ পৰা আহিছে আজি এখন নতুনকৈ চাকৰি সৰ্ম্পকীয় Advertisement. য'ত Lakhimpur জিলাৰ লগতে সমগ্ৰ অসমৰ যোগ্য Candidates সকলে Apply কৰিব পাৰিব Online যোগে।



Valley View School, North Lakhimpur New Jobs Recruitment 2022 :



1/ পদৰ নাম :  Teacher (PGT) 

  

No of posts/পদৰ নাম : 01 টা



Subjects/বিষয় : Business Studies


Educational Qualification/শিক্ষা : এইটো পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলে M.Com, পাচ হোৱাৰ লগতে B.Ed কৰা হ'ব লাগিব। লগতে Computer জ্ঞান থাকিব লাগিব।



2/পদৰ নাম : Teacher (TGT)


No of posts/মুঠ পদৰ সংখ্যা : 07 টা 


Subjects/বিষয় : English-01, Mathematics-01, Physics-01, Chemistry-01, Botany-01, Computer Science-02.


 


Educational Qualification/শিক্ষা : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থি সকলে যি-কোনো degree কৰা হ'ব লাগিব যি-কোনো চৰকাৰী প্ৰতিষ্ঠানৰ পৰা। আৰু ইয়াৰ বাহিৰেও প্ৰাৰ্থি সকলৰ B Ed বা D El Ed থকাটো বাধ্যতামূলক। লগতে Computer জ্ঞান থাকিব লাগিব।


3/ পদৰ নাম : Teacher (PGT)   


No of posts/মুঠ পদৰ সংখ্যা :  11 টা 


Subjects/বিষয় : English-01, Mathematics-01, Physics-01, Economics-01, Computer Science-02, Physical Education-01, History–01, Banking-01, Botany-01, Zoology-01


Educational Qualification/শিক্ষা : Masters in subjects applied with B.Ed and knowledge of computer.



4/ পদৰ নাম :  Art Teacher


No of posts/মুঠ পদৰ সংখ্যা : 01 টা


Educational Qualification/শিক্ষা : Degree in Fine Arts from a recognized university.


5/ পদৰ নাম : Music Teacher (Vocal/ Instrumental/ Dance)


No of posts/মুঠ পদৰ সংখ্যা : 03 টা


Educational Qualification/শিক্ষা : A Bachelor’s degree with Music from a recognized University. 

 

Age Limit/প্ৰাৰ্থি সকলৰ এই  সমূহ পদত Apply কৰিবলৈ বয়সৰ সময় সিমা? :


CBSE নিয়ম অনুসৰি প্ৰাৰ্থি সকলৰ বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব।


আবেদন মাচুল :


প্ৰাৰ্থি সকলৰ বাবে বহুত বেছি সুখবৰ টো হ'ল যে এই সমূহ পদৰ Apply কৰিবলৈ প্ৰাৰ্থি সকলে ভৰিব নালাগে কোনো ধৰনৰ আবেদন মাচুল।



আবেদন কেনেকৈ কৰিব প্ৰাৰ্থি সকলে এই সমূহ পদৰ বাবে? : 


 টো বন্ধু-বান্ধবী সকল আপোনালোকে এই সমূহ পদৰ বাবে Email যোগে Apply অৰ্থাৎ আবেদন কৰিব লাগিব। Post হিচাপে আপোনাৰ সকলি নথি পএৰ ফটো কপিৰ সৈতে আপোনাৰ Cv অৰ্থাৎ Bio Data খনৰ Pdf বনাই এইটো Email ত Sent কৰিব লাগিব---

valleyviewschoolsrsec@gmail.com

           বা

 ইচ্ছুক প্ৰাৰ্থি সকলে তলত দিয়া ঠিকনাটোত গৈও নিজৰ Cv অৰ্থাৎ Biodata আৰু Documents সমূহ Submit কৰিব পাৰিব--


Valley View School,

Ward No 8, BNSH Road,

North Lakhimpur -787001.

Contact No: 9101490079


**Note : যোগ্য প্ৰাৰ্থি সকলে 30 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব।


 ধন্যবাদ।

উৎপল ডেকা।

Assamese Jobs News


Post a Comment

0 Comments

Close Menu