Assam Forest & Excise Department All Vacancy Exam & Admit Card Details -2022

**Assam Forest & Excise Department All Vacancy Exam & Admit Card Details -2022

assam forest and excise department exam and admit details 2022, assam forest jobs,assam excise jobs,
Assam Forest & Excise Department Exam & Admit Details 2022



অসম বন বিভাগ আৰু আবকাৰী বিভাগৰ নতুন পুৰনি সকলো পদৰ Exam 2022 চনৰ ৰ্মাচ মাহৰ ভিতৰত অনুষ্ঠিত কৰিব ঘোষণা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

**বন বিভাগ অসম আৰু আবকাৰী বিভাগ অসমৰ নিযুক্তিৰ খবৰ : 


ইংৰাজিৰ 3 জানুৱাৰী তাৰিখে  অসম আবকাৰী বিভাগ আৰু বন বিভাগৰ নতুন পুৰনি সকলো পদৰ নিযুক্তি সৰ্ম্পকে এক বিশেষ ইংগিত পোৱা গৈছে অসমৰ বৰ্তমানৰ ভাৰপাপ্ত পুলিচ বিষয়া অৰ্থাৎ DGP ভাস্কৰজ্যোতি মহন্তৰ পৰা।

**কি ইংগিত আৰু কেনেকৈ পোৱা গৈছে ??


2022 চনৰ জানুৱাৰী মাহৰ আৰম্ভনিতে অসমৰ বৰ্তমানৰ পুলিচ বিষয়া অৰ্থাৎ DGP ভাস্কৰজ্যোতি মহন্তই 3 জানুৱাৰীত সংবাদ মাধ্যমৰ আগত জনাই যে অসম পুলিচৰ অলপতে Physical অনুষ্ঠিত কৰা মুঠ 6662 টা Constable Ab/Ub পদৰ ইংৰাজিৰ ফেবুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব বুলি। আৰু ইয়াৰ লগতে তেওঁ জনাই যে অসম পুলিচৰ বহুতো এনেকুৱা পুৰনি পদ আছে যিবোৰ পদৰ নেকি লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে কিন্তু Result দিয়া হোৱা নাই বা নতুনকৈ যি সমূহ Ab/Ub/Si/Commando পদৰ Apply লৈ থকা হৈছে এই সকলো পদৰ Result হ'ক বা Physical Test হ'ক 2022 চৰ্নৰ ৰ্মাচ মাহৰ ভিতৰত Clear কৰা হ'ব বুলি। গতিকে এতিয়া মন দি'ব---

** অসম বন বিভাগ আৰু আবকাৰী বিভাগৰ :


Advertisement বিলাক বা নিযুক্তি প্ৰক্ৰিয়াও যিহেতু Assam Police ৰ Official Website অৰ্থাৎ Slprb তে প্ৰকাশ কৰা হয়। গতিকে DGP ভাস্কৰজ্যোতি মহন্তই যিহেতু অসম পুলিচৰ লগত জড়িত সকলো নতুন পুৰনি পদৰ লিখিত Exam, Physical Exam বা Result ৰ্মাচ মাহৰ ভিতৰতে Clear কৰা হ'ব বুলি জনাইছে গতিকে তাৰ পৰাই স্পষ্ট হৈ পৰিছে বন বিভাগ আৰু আবকাৰী বিভাগৰও নতুন পুৰনি সকলো পদৰ লিখিত Exam বা Physical Exam 2022 চনৰ ৰ্মাচ মাহতেই হোৱাৰ যথেষ্ট খিনি আশা দেশা পোৱা গৈছে। 


    ধন্যবাদ ।

Post a Comment

2 Comments

  1. Assam forest department admit card, excise department, transport, agriculture admit Card ktia dibo jonabo 🙏🏻

    ReplyDelete
  2. 2020 t apply kri thua bur ki hbo

    ReplyDelete

Close Menu