Ashirbad Auto Agency, Bokakhat Recruitment :
ৰ পৰা মুকলি কৰা হৈছে এখন Advertisement য'ত বিভিন্ন শিক্ষাগত অৰ্হতা থকা 10 টা খালি পদ আছে আৰু ইচ্ছুক প্ৰাৰ্থি সকলে Apply Online যোগে কৰিব লাগিব--!
1. পদৰ নাম :
Automobile Engineer
খালি পদৰ সংখ্যা : 1 টা
শিক্ষাগত অৰ্হতা :
ITI Passed বা Diploma in Automobile Engineering হোৱাৰ লগতে কমতে 1 বছৰৰ experiences বিছৰা হৈছে যি-কোনা relevant field ৰ পৰা।
বয়স : 40 বছৰলৈ পাৰিব।
দৰমহা : 12000//- হাজাৰ আৰু ঘৰৰ অৰ্থাৎ থকা খোৱাৰ ব'নাচ দিয়া হ'ব।
2. পদৰ নাম :
Billing Executive
খালি পদৰ সংখ্যা : 2 টা
দৰমহা : 12000//- মাএ আৰু অন্যান্য একো বনাচ নাই।
বয়সৰ সময় সিমা : 40 বছৰলৈ পাৰিব।
শিক্ষাগত অৰ্হতা : যি-কোনো Bachelor Degree আৰু লগতে experience থাকিব লাগিব কমতে 1 বছৰৰ ।
3. পদৰ নাম :
Parts Manager
খালি পদৰ সংখ্যা : 1 টা
দৰমহা : 8000//-
বয়সৰ সময় সিমা : 40 বছৰলৈ পাৰিব
শিক্ষাগৰ্ত অৰ্হতা : 10th আৰু ITI পাচ হ'ব লাগিব।
4.পদৰ নাম :
Electrician
খালি পদৰ সংখ্যা : 1 টা
দৰমহা : 10,000//- হাজাৰ আৰু ঘৰৰ অৰ্থাৎ থকা খোৱাৰ ব'নাচ দিয়া হ'ব।
বয়স : 40
শিক্ষা : 10th আৰু ITI পাচ হোৱাৰ লগতে 1 বছৰৰ
automobile sector ৰ পৰা অভিজ্ঞতা লাগিব।
5. পদল নাম :
Supervisor
খালি পদৰ সংখ্যা : 1 টা
দৰমহা : 10,000/- প্ৰতিমাহে
বয়স : 40 বছৰলৈ পাৰিব।
শিক্ষা : যি-কোনো Degree
6. পদৰ নাম
Customer Relationship Management
খালি পদৰ সংখ্যা : 1 টা ( কেৱল মাএ ছোৱালী সকলৰ বাবে )
দৰমহা : 6000/- প্ৰতিমাহে।
বয়স : 30 বছৰলৈ পাৰিব।
শিক্ষা : H.S Pass. অৰ্থাৎ 12th পাচ হ'ব লাগিব।
7. পদৰ নাম :
Service Manager
খালি পদৰ সংখ্যা : 1 টা
দৰমহা : 10000/- কৈ পা'ব।
বয়স : 40 বছৰ
শিক্ষা : 10th পাচ হোৱাৰ লগতে ITI পাচ হ'ব লাগিব।
8. পদৰ নাম :
Accountant
খালি পদৰ সংখ্যা : 1 টা
দৰমহা : 6000//-
বয়স : 28 বছৰলৈ পাৰিব।
শিক্ষা : B Com pass হোৱাৰ লগতে Computer ৰৰ knowledge লাগিব Tally prime ৰ।
9. পদৰ নাম :
Driver
খালি পদৰ সংখ্যা : 1টা
দৰমহা : 8000/- প্ৰতিমাহে।
বয়স : 40 বছৰলৈ পাৰিব।
শিক্ষা : 8th পাচ হোৱাৰ লগতে LMV Driving license লাগিব।
**কোনো ধৰনৰ আবেদন মাচুল নাই।
*আবেদন কৰিব কেনেকৈ :
কোনো ধৰনৰ আবেদন কৰিব নালাগে,
আপোনাৰ Cv খন পঠাব লাগিব তলৰ E-Mail টোত
ashirbadautoagency2158@gmail.com .
**Cv পঠোৱা সকলে Direct interview ৰ বাবে যা'ব লাগিব তলত উল্লেখ কৰা মতে---
# তাৰিখ : 28/12/2021.
# সময় : 10:00 am onwards.
# ঠিকনা : Ashirbad Auto Agency Dealer, opposite of J.D.S.G College, Bokakhat.
আবেদন কৰাৰ অন্তিম সময় হ'ল :
25/12/2021.
0 Comments