Assam Agriculture New Recruitment End Of 2021 - Office Assistant & Field Coordinator Jobs

 Assam Agriculture New Recruitment End Of 2021 - Office Assistant & Field Coordinator Jobs : 

agriculture new vacancy 2022, assam agriculture jobs,
agriculture new vacancy 2022,
টো বন্ধু-সকল Assam Agricultural University (AAU) Jorhat ফালৰ পৰা মুকলি হৈছে এখন নতুন Advertisement - য'ত দুটা Office Assistant আৰু Field Coordinator পদৰ চাকৰি মুকলি হৈছে--! য'ত নেকি যোগ্য প্ৰাৰ্থি সকলে কোনো-ধৰনৰ Apply কৰিব নালাগে দি'ব পাৰিব Direct interview.


*1. পদৰ নাম : 

Field Coordinator

মুঠ পদৰ সংখ্যা : 1 টা 

দৰমহা : 18,000 টকাকৈ প্ৰতিমাহে--!


আবেদন কৰিবলৈ শিক্ষা : 

যি-কোনো চৰকাৰি বা Govt Register institution ৰ পৰা 3 বছৰৰ যি-কোনো Degree লাগিব--!


আনহাতে অভিজ্ঞতা লাগিব : যি-কোনো চৰকাৰি বা বে-চৰকাৰি সংস্থাত কাম কৰা কমতে 1 বছৰৰ। আৰু লগতে Computer জ্ঞানও বিছৰা হৈছে--!



*2.পদৰ নাম : 

Office Assistant.

মুঠ পদৰ সংখ্যা : 1 টা 

দৰমহা : 17,000 টকাকৈ প্ৰতিমাহে--!


আবেদন কৰিবলৈ শিক্ষা : 

যি-কোনো চৰকাৰি বা Govt Register institution ৰ পৰা 3 বছৰৰ যি-কোনো Degree লাগিব--!


আনহাতে অভিজ্ঞতা লাগিব : যি-কোনো চৰকাৰি বা বে-চৰকাৰি সংস্থাত কাম কৰা কমতে 1 বছৰৰ। আৰু লগতে Computer জ্ঞানও বিছৰা হৈছে--!



**টো বন্ধু-সকল এতিয়া আপোনালোকে Assam Agricultural University Jorhat  ৰ এই সমূহ চাকৰি পদৰ বাবে Apply কেনেকৈ কৰিব?? :


টো Friends সকল আপোনালোকে এই সমূহ চাকৰি পদৰ বাবে Apply কৰিব নালাগে কোনো ধৰনৰ--! কিয়নো Walk in interview অনুষ্ঠিত হ'ব 27 ডিচেম্বৰত। 




Walk-in interview ৰ তাৰিখ ঠাই সময় :


তাৰিখ : 27th December 2021

ঠাই : Office chamber of the Principal Scientist & Head, KVK, Nagaon, AAU, Simaluguri – 782002 .




Web-Links of Assam Agricultural University Recruitment :


Advertisement Details

Post a Comment

0 Comments

Close Menu