Private Job In Assam Ashirbad Auto Agency Bokakhat Recruitment - 2021

Ashirbad Auto Agency, Bokakhat Recruitment :







ৰ পৰা মুকলি কৰা হৈছে এখন Advertisement য'ত বিভিন্ন শিক্ষাগত অৰ্হতা থকা 10 টা খালি পদ আছে আৰু ইচ্ছুক প্ৰাৰ্থি সকলে Apply Online যোগে কৰিব লাগিব--!



1. পদৰ নাম : 
Automobile Engineer

খালি পদৰ সংখ্যা : 1 টা 

শিক্ষাগত অৰ্হতা :


 ITI Passed বা Diploma in Automobile Engineering হোৱাৰ লগতে কমতে 1 বছৰৰ experiences বিছৰা হৈছে যি-কোনা relevant field ৰ পৰা।

বয়স : 40 বছৰলৈ পাৰিব।

দৰমহা : 12000//- হাজাৰ আৰু ঘৰৰ অৰ্থাৎ থকা খোৱাৰ ব'নাচ দিয়া হ'ব।

2. পদৰ নাম : 
  Billing Executive

খালি পদৰ সংখ্যা : 2 টা

দৰমহা : 12000//- মাএ আৰু অন্যান্য একো বনাচ নাই।

বয়সৰ সময় সিমা : 40 বছৰলৈ পাৰিব।

শিক্ষাগত অৰ্হতা : যি-কোনো Bachelor Degree আৰু লগতে experience থাকিব লাগিব কমতে 1 বছৰৰ ।



3. পদৰ নাম : 
Parts Manager

খালি পদৰ সংখ্যা : 1 টা

দৰমহা : 8000//-

বয়সৰ সময় সিমা : 40 বছৰলৈ পাৰিব
শিক্ষাগৰ্ত অৰ্হতা : 10th আৰু ITI পাচ হ'ব লাগিব।

4.পদৰ নাম :
 Electrician

খালি পদৰ সংখ্যা : 1 টা 

দৰমহা : 10,000//- হাজাৰ আৰু ঘৰৰ অৰ্থাৎ থকা খোৱাৰ ব'নাচ দিয়া হ'ব।

বয়স : 40

শিক্ষা : 10th আৰু ITI  পাচ  হোৱাৰ লগতে 1 বছৰৰ 
automobile sector ৰ পৰা অভিজ্ঞতা লাগিব।

5. পদল নাম :
Supervisor

খালি পদৰ সংখ্যা : 
1 টা 

দৰমহা :  10,000/- প্ৰতিমাহে

 বয়স : 40 বছৰলৈ পাৰিব।

শিক্ষা : যি-কোনো Degree



6. পদৰ নাম 
Customer Relationship Management

খালি পদৰ সংখ্যা : 
1 টা ( কেৱল মাএ ছোৱালী সকলৰ বাবে ) 

দৰমহা : 6000/- প্ৰতিমাহে।

বয়স : 30 বছৰলৈ পাৰিব।

শিক্ষা : H.S Pass. অৰ্থাৎ 12th পাচ হ'ব লাগিব।

7. পদৰ নাম : 
Service Manager

খালি পদৰ সংখ্যা : 1 টা 


দৰমহা : 10000/- কৈ পা'ব।

বয়স :  40 বছৰ

শিক্ষা  :  10th পাচ হোৱাৰ লগতে ITI পাচ হ'ব লাগিব।

8. পদৰ নাম :
Accountant

খালি পদৰ সংখ্যা : 
1 টা

দৰমহা : 6000//- 

বয়স : 28 বছৰলৈ পাৰিব।

শিক্ষা :  B Com pass হোৱাৰ লগতে Computer ৰৰ knowledge লাগিব Tally prime ৰ।

9. পদৰ নাম :
Driver

খালি পদৰ সংখ্যা : 1টা

দৰমহা : 8000/- প্ৰতিমাহে।

বয়স : 40 বছৰলৈ পাৰিব।

শিক্ষা :  8th পাচ হোৱাৰ লগতে LMV Driving license লাগিব।

**কোনো ধৰনৰ আবেদন মাচুল নাই।

*আবেদন কৰিব কেনেকৈ :

কোনো ধৰনৰ আবেদন কৰিব নালাগে,
আপোনাৰ Cv খন পঠাব লাগিব তলৰ E-Mail টোত 

ashirbadautoagency2158@gmail.com . 


**Cv পঠোৱা সকলে Direct interview ৰ বাবে যা'ব লাগিব তলত উল্লেখ কৰা মতে---


# তাৰিখ : 28/12/2021.

# সময় : 10:00 am onwards.

# ঠিকনা : Ashirbad Auto Agency Dealer, opposite of J.D.S.G College, Bokakhat.

আবেদন কৰাৰ অন্তিম সময় হ'ল : 
25/12/2021.

Post a Comment

0 Comments

Close Menu