| Assam Forest Department Recruitment 2022 |
PB 3 Rs 22,000//- ৰ পৰা 97,000//- পৰ্যন্ত আৰু লগতে থাকিব প্ৰতিমাহে Grade Pay 10,300//- কৈ
এই পদ সমূহত আবেদন কৰিবলৈ Candidates সকলৰ বয়স কমতে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব।
#Sc/StP/StH : 5 বছৰ
#Obc/Mobc : 3 বছৰ
এই সমূহ পদত আবেদন কৰিবলৈ Candidate সকলৰ শিক্ষা অতি কমতে Bachelor’s Degree Science ৰ পৰা কৰা হ'ব লাগিব নাইবা Engineering কৰা হ'ব লাগিব যি-কোনো চৰকাৰি University ৰ পৰা--!
Candidates সকলে এই সমূহ চাকৰি পদত আবেদন কৰিবলৈ তলত দিয়া অনুসৰি আবেদন মাচুল ভৰিব লাগিব--
# General/EWS : Rs 285.40
# SC/ST/OBC/MOBC : Rs 185.40
# BPL : Rs 35.40
এতিয়া কথা হ'ল প্ৰাৰ্থি সকলে এই সমূহ চাকৰি পদত আবেদন কেনেকৈ কৰিব??
টো বন্ধু-বান্ধবী সকল যোগ্য Candidates সকলে এই সমূহ পদত Online যোগে আবেদন কৰিব পাৰিব--!
*Online আবেদন আৰম্ভ হৈছে 28 ডিচেম্বৰ 2021 ৰ পৰা
*Online আবেদনৰ Last Date হৈছে 27 জানুৱাৰী 2022.
Apply Online : Form 28-12-2021
0 Comments