মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 2 বা 5 লাখ টকা এই সকল প্ৰাৰ্থীয়ে লাভ কৰিব ইণ্টাৰভিও লৈ কোনো কথা নাই!
সকলো চাকৰি Update পাই থাকিবলৈ তলৰ Links ৰ পৰা Join হৈ ল'ক এতিয়াই :
My WhatsApp Channel Links :
MY TELEGRAM GROUP :
WhatsApp Group
Common Note For ADRE, Health Grade-3/4 & Police Exam :
😍😊🙏✔️✔️✔️📢📢*DME* ৰ 2008 পদৰ Exam ৰ বাবে বা অসম চৰকাৰৰ দ্বিতীয় বৃহৎ নিযুক্তিৰ বাবে ( চন 2000-2021 চনলৈ ) বিভিন্ন পৰীক্ষাত আহি থকা পুৰনি প্ৰশ্ন কাকত সমূহৰ ওপৰত নিভৰ কৰি প্ৰস্তুত কৰা Common Pdf লবলৈ যোগা-যোগ কৰক :
8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 2 বা 5 লাখ টকা এই সকল প্ৰাৰ্থীয়ে লাভ কৰিব যি সকল প্ৰাৰ্থীৰ Cibil Score ভাল বা Updated হয়! ইণ্টাৰভিও লৈ কোনো কথা নাই নাই! যদিও প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী জনে কোনো নথি-পএ নোলোৱাকৈ দুখিয়া দৰিদ্ৰ পৰিয়ালৰ লৰা-ছোৱালীক মুখ্যমন্ত্ৰীৰ এই আত্মনিৰ্ভৰ আঁচনিৰ দাৰা সৰু ব্যৱসায় এটা হলেও আৰম্ভ কৰিবলৈ 2 ৰ পৰা 5 লাখ টকা দিয়া হ'ব বুলি কৈছিল। কিন্তু পিছলৈ আহি মুখ্যমন্ত্ৰীৰ এই আত্মনিৰ্ভৰ আঁচনিৰ টকা যাৰ বেংকৰ CIBIL SCORE ভাল বা আগৰ পৰাই Updated হৈ আছে তেওঁলোকক হে প্ৰদান কৰা হ'ব বুলি গ'ম পোৱা গৈছে।
CIBIL SCORE Updated মানে হ'ল যি সকল লোকৰ আগৰ পৰাই বেংকৰ লগত লেন-দেন আছে অৰ্থাৎ আগতে বেংকৰ পৰা সৰু-সুৰা হলেও লোণ লৈছে অৰ্থাৎ
micro finance ৰ পৰা হলেও লোণ লৈছে আৰু লোণৰ টকা সময় মতে পৰিশোধ কৰিছে, গাড়ি-মটৰ Finance ত লৈছে আৰু কিস্তিৰ টকা সময় মতে দিছে তেনেহলে Cibil Score Updated হয়। আকৌ লোণ লৈ বা গাড়ি মটৰ Finance ত লৈ সময় মতে কিস্তি নিদিলেও Cibil Score বেয়া হয় যাই।
অৰ্থাৎ আপুনি atmanirbhar assam scheme 2024 ৰ 2 বা 5 লাখ টকাৰ লোণ পাবলৈ হলে আগৰ পৰাই বেংকৰ লগত লেন দেন কৰা সৰু সুৰা ব্যৱসায়ী হ'ব লাগিব।
0 Comments