Assam Police APRO Recruitment 2022 – 540 Vacancy, Apply Online


Assam Police APRO Recruitment 2022, assamese jobs news, assam police new update, assam police apro new update,


Assam Police APRO Recruitment 2022 – 540 Vacancy, Apply Online


Assam Police Radio Organisation ( APRO )
অন্তিম তাৰিখ/Last Date : 11 April 2022.

State Level Police Recruitment Board (SLPRB), ৰ ফালৰ পৰা এখন নতুনকৈ চাকৰি সৰ্ম্পকীয় Advertisement মুকলি হয় য'ত 540 টা Constable Vacancy Assam Police Radio Organisation (APRO) পদৰ চাকৰি মুকলি হয়। গতিকে এই সমূহ পদত অসমৰ প্ৰতিজন যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে Apply কৰিব পাৰিব--!


Note : 540 টা পদৰ ভিতৰত ইতিমধ্য প্ৰাৰ্থী সকলে 470 টা পদত 17/02/2022 ৰ পৰা 16/03/2022 ৰ ভিতৰত Online যোগে Apply কৰিছেই--! কিন্তু বৰ্তমান সময়ত আকৌ Assam পুলিচৰ Official Website ত আৰু এখন Notice পোৱা গৈছে যে অসম পুলিচৰ যি নতুনকৈ Commando বাহিনী গঠন কৰা হৈছে তাৰ বাবে পুনৰ 70 টা Apro পদৰ সংখ্যা বৃদ্ধি কৰি দিয়া হৈছে--! গতিকে অসম পুলিচৰ Official Website ত গৈ যি সকল বন্ধু-বান্ধবীয়ে আগতে 470 টা পদত Apply কৰা নাছিলে কিবা কাৰন বসত সেই সকলো বন্ধু-বান্ধবীয়ে এতিয়া আগৰ সেই 470 আৰু এতিয়া নতুনকৈ বেছি কৰি দিয়া 70 মিলাই মুঠ 540 টা পদতে Apply কৰিব পাৰিব--! Online যোগে! আৰু যি সকল বন্ধু-বান্ধবীয়ে আগতেই 470 টা পদত Apply কৰি ৰাখিছিলে এতিয়া আৰু সেই সকল বন্ধু-বান্ধবীয়ে পুনৰ Apply কৰিব নালাগে--!


**Assam Police Apro New 70 Vacancy Official Notice :

Assam Police Apro New 70 Vacancy Official Notice, assam police apro new update, assam police new update,assam police update 2022,


**Assam Police Radio Organisation Recruitment 2022 : 


1/ পদৰ নাম : Constable ( WO/WT/OPR )
মুঠ পদৰ সংখ্যা : 441 টা + 70 টা = 511 টা

Category হিচাপে Vacancy Deatils সমূহ তলত উল্লেখ কৰা হ'ল-----

Unreserved : 312 টা

OBC/MOBC : 90 টা

SC : 21 টা

ST (P) : 16 টা

ST (H) : 02 টা

শিক্ষা : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল 12th পাচ হ'ব লাগিব Science ৰ পৰা Physics, Chemistry & Mathematics অৰ্থাৎ ( PCM ) লৈ --!

**মন দি'ব : Physics আৰু Chemistry ত 70 Mark's Theory ৰ ভিতৰত Pass Mark's 21 থকা সকলেহে interview দি'ব পাৰিব। ঠিক একেদৰে Physics & Chemistry ত Practical Mark 30 ৰ ভিতৰত Pass Mark's 12 থকাটোও বাধ্যতামূলক। আৰু Maths ত 100 Mark's ৰ ভিতৰত 30 থকা সকলেহে interview দি'ব পাৰিব। ( Apply কৰোতে যদিও Physics & Chemistry ত Pass Mark's নথকাকৈও Apply কৰিব পৰা যা'ব কিন্তু Documents Verification ৰ সময়ত আপোনাক Reject কৰি দিয়া হ'ব! ) 

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.6,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!



2/পদৰ নাম : Constable ( UB )
মুঠ পদৰ সংখ্যা : 02 টা

Unreserved : 01 টা

OBC/MOBC : 01 টা

শিক্ষা : এই 02 টা Ub পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল সাধাৰন ভাবে 12th পাচ হলেওঁ চলিব--! 

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!



3/পদৰ নাম : Constable ( Messenger )
মুঠ পদৰ সংখ্যা : 14 টা

Unreserved : 06 টা

OBC/MOBC : 06 টা

SC : 01 টা

ST (P) : 01 টা

শিক্ষা : 10th পাচ বা 12th Pass হোৱাৰ লগতে valid driving license LMV, MMV বা HMV আদি থাকিব লাগিব।

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!



4/পদৰ নাম : Constable ( Carpenter ).
মুঠ পদৰ সংখ্যা : 03 টা

Unreserved : 02 টা

SC : 01 টা

শিক্ষা : 10th পাচ বা 12th Pass হোৱাৰ লগতে ITI course কৰা হ'ব লাগিব যি-কোনো চৰকাৰি প্ৰতিষ্ঠানৰ পৰা।

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!



5/পদৰ নাম : Constable ( Dispatch Rider )
মুঠ পদৰ সংখ্যা : 10 টা

Unreserved : 04 টা

OBC/MOBC : 02 টা

SC : 01 টা

ST (P) : 02 টা

ST (H) : 01 টা

শিক্ষা : 10th পাচ বা 12th Pass হোৱাৰ লগতে valid driving license LMV, MMV বা HMV আদি থাকিব লাগিব।

দৰমহা : Pay Band-II ৰ অধিনত 14,000-60,500/- টকা হোৱাৰ লগতে Grade pay থাকিব প্ৰতিমাহে Rs.5,200/- টকাকৈ আৰু অন্যান্য allowances ৰ সা-সুবিধাওঁ থাকিব---!



**এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ অন্যান্য যোগ্যতা সমূহ কি কি লাগিব ?? :


Prc : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা অৰ্থাৎ permanent resident চমুকৈ ( PRC ) প্ৰমাণ-প্ৰএ থাকিব লাগিব--!

Employment Exchange Registration Certificate : 
        প্ৰাৰ্থী সকলৰ Valid Employment Certificate থকাটো বাধ্যতামূলক।

স্থায়ী ভাষা : প্ৰাৰ্থী সকলে এই সমূহ পদত চাকৰি কৰিবলৈকে অসমৰ স্থায়ী ভাষা ক'ব লিখিব পড়িব পাৰিব লাগিব।

বয়সৰ সময়-সীমা : এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকলৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। অৰ্থাৎ জন্মৰ তাৰিখ মাহ আৰু বছৰ ( 01/01/1997 ৰ পৰা 01/01/2004 ) ৰ ভিতৰত হ'ব লাগিব--!

বয়সৰ ৰেহাই Category হিচাপে তলত উল্লেখ  কৰা হ'ল :

SC/ST : 5 বছৰ

OBC/MOBC : 3 বছৰ

Trained Home guard : বছৰ

আবেদন মাচুল : ইয়াতে এইটোৱে এটা সুখৰ খবৰ বা কথা যে কোনো-ধৰনৰ Application Fee নাই অৰ্থাৎ আবেদন মাচুল নাই।



**গুৰুত্বপূৰ্ণ তাৰিখ Important Date :


•Online আবেদন আৰম্ভ হোৱাৰ তাৰিখ : 2nd April 2022.

•Last Date : 11th April 2022.

**গুৰুত্বপূৰ্ণ Web-Links :









               -------------------×Utpal~Deka.
Thanks.