| Dhs&Dhsfw Old Previous Year Questions Paper 2020 |
যি সকল বন্ধু-বান্ধবীয়ে স্বাস্থ বিভাগত নতুনকৈ অৰ্থাৎ 2022 Apply কৰিছে Grade-iii আৰু Grade-iv পদত আপোনালোকে স্বাস্থ বিভাগৰ মুঠ 4 খন Advertisement ক্ৰমে Dhs,Dhsfw,Dme আৰু Ayush মিলাই এতিয়া এটাই Exam দি'ব লাগিব। Grade-iii None-Technical পদ বিলাকৰ এটা Combind Common Exam হ'ব। আৰু Grade-iv পদ বিলাকৰ এটা Combind Common Exam অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকে Exam Preparation ৰ বাবে পুৰনি অৰ্থাৎ 2018 বা 2020 আদি চনত অনুষ্ঠিত হোৱা স্বাস্থ বিভাগৰ পৰীক্ষাৰ Official প্ৰশ্ন কাকত বোৰ অভ্যাস কৰিব পাৰে---!
টো বন্ধু-বান্ধবী সকল Dhs ৰ 2020 চনত Exam অনুষ্ঠিত কৰা Health Educator, Junior Assistant, LDA, Statistical Clerk আৰু Computer আদি পদৰ পুৰনি Question পেপাৰ খন আপোনালোকৰ বাবে আমাৰ এই Website ত তলত দিয়া হ'ল---------------------------
Exam Name : DHS and DHSFW,
Exam Year : 2020,
Type Of Question Paper : Official,
Post Name Of Questions : Health Educator, Junior Assistant, LDA, Statistical Clerk and Computer.
Total Number Of Questions : 100
Total Number Of Exam : 100 Mark's.
0 Comments