BDS Services Guwahati 12th & Degree Pass Recruitment 2022

BDS Services Guwahati 12th & Degree Pass Recruitment 2022 

Private jobs in guwahati assam, private job guwahati,
Private jobs in guwahati assam


BDS Services Private Limited, Guwahati.

আবেদনৰ অন্তিম তাৰিখ : 05/02/2022.


BDS Services Private Limited, Guwahati ৰ পৰা মুকলি হৈছে এখন নতুনকৈ 12th আৰু যি-কোনো Degree পাচৰ চাকৰি সৰ্ম্পকীয় Advertisement. য'ত অসমৰ সেই সকল নিবনুৱাই আবেদন কৰিব পাৰিব যি সকল নিবনুৱাই Private চাকৰিৰ সন্ধানত আছে আৰু দৰমহা পাতি ভাল লাগে--! 

**পদৰ নাম শিক্ষা বয়স মুঠ পদৰ সংখ্যা আদি তলত উল্লেখ কৰা হ'ল : 

মুঠ পদৰ সংখ্যা : 25 টা 

1/ পদৰ নাম : Sales Executive.


পদৰ সংখ্যা : 15 টা

Pay/দৰমহা : Rs//- 8,000 ৰ পৰা 12,000 প্ৰতিমাহে

Age Limit/বয়সৰ সময় সিমা : বেছিতে 35 বছৰ।

Educational Qualification/শিক্ষা : এই সমূহ পদত Graduate  বা 12th Pass হব লাগিব।


2/পদৰ নাম : Customer Interaction Executive.

মুঠ পদৰ সংখ্যা : 10 টা

Pay/দৰমহা : Rs//- 8,000 ৰ পৰা 12,000 পৰ্যন্ত! 

Age Limit/বয়সৰ সময় সিমা : বেছিতে 35 বছৰ।

Educational Qualification/শিক্ষা : এই সমূহ পদত Graduate  বা 12th Pass হব লাগিব।


**এতিয়া কথা হ'ল প্ৰাৰ্থী সকলে  এই সমূহ পদত Apply কেনেকৈ কৰিব?? :

এই সমূহ পদত যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Email ত SMS যোগে Apply কৰিব লাগিব! তলত দিয়া Email দুটাৰ ভিতৰত যি-কোনো এটাত Cv অৰ্থাৎ Bio-data খন Sent কৰিব লাগিব যোগ্য প্ৰাৰ্থী সকলে---

hrexecutive@bdsserv.co.in 

Or

 nidhisharma@bdsserv.co.in.


আবেদনৰ অন্তিম তাৰিখ : 5 ফেব্ৰুৱাৰী 2022.

Post a Comment

1 Comments

Close Menu