Assam Police Constable SI Guardman Driver Grade-IV Recruitment 2025-26 Total Vacancy 5,098
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিৰ্শ্ব শৰ্মাই জনোৱা মতে 4 আগষ্ট 2025 তাৰিখে বৰ্তমান সময়ত অসমত অসম পুলিচৰ মুঠ 10,423 খালি পদ আছে! আৰু Nov,2025 এই নতুন পদ সমূহ মুকলি হৈ যা'ব! আৰু খালি পদ সমূহ ক্ৰমে তলত উল্লেখ কৰা হ'ল-
SI-UB = 1100
GuardMan = 400
Constable = 4500
Driver = 767
Grade IV = 436
--------------------------------
10,423
এতিয়া কথা হল বৰ্তমান সময়ত অসম পুলিচৰ মুঠ 5325 পদৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হৈ কেৱল Final Result টো আহিব বাকি আছে! গতিকে-
10423
-5325
------------------------
5,098 পদ গতিকে Nov,2025 ত কেৱল 5,098 পদৰ Advertisement মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই 5,098 পদৰ ভিতৰত Assam Police Ub SI ৰ এই প্ৰায় 1100-144 = 956 পদ থাকিব কাৰণ বৰ্তমান সময়ত UB SI ৰ 1100 পদ খালি আছে আৰু 144 টা পদৰ Final Result আহিবই 10,Oct 2025 ৰ ভিতৰত, গতিকে Nov,2025 ত 956 কেৱল UB SI পদ আৰু বাকি বোৰ Constable, Grade-IV আদি পদ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আপোনালোকে আমাৰ WhatsApp Telegram বা Youtube ত আমাৰ লগত জড়িত হৈ থাকিলে সকলো খবৰ সময়ত পাই থাকিব ধন্যবাদ🙏!
✍️ উৎপল ডেকা!
0 Comments