RBI 950 Assistant Vacancy Recruitment 2022 –Online Apply

RBI 950 Assistant Vacancy Recruitment 2022 –Online Apply

RBI 950 Assistant Vacancy Recruitment 2022, Central govt jobs 2022, assam govt jobs, assamese jobs news, assam jobs news,

RBI 950 Assistant Vacancy Recruitment 2022


Reserve Bank of India চমুকৈ RBI ৰ ফালৰ পৰা মুকলি হৈছে এখন নতুনকৈ চাকৰি সৰ্ম্পকীয় Advertisement. য'ত 950 টা Assistant পদৰ খালি  vacancy আছে। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Apply Online যোগে কৰিব পাৰিব---!

Reserve Bank of India ( RBI ) Assistant Recruitment 2022 :

Category-wise vacancy : 
 
SC : 151 টা
ST : 123 টা
OBC : 146 টা
EWS : 90 টা
UR : 440 টা

**অসমত মুঠ পদৰ সংখ্যা : 32 টা ( গুৱাহাটি )

দৰমহা :  ₹ 13150–34990 টকা পৰ্যন্ত।

Reserve Bank of India ( RBI ) Assistant Recruitment 2022 ৰ যোগ্যতা :

বয়সৰ সময় সিমা : প্ৰাৰ্থী সকলৰ এই সমূহ পদত Apply কৰিবলৈ বয়সৰ সময় সিমা বাধ্যতামূলকভাবে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব।

বয়সৰ ৰেহাই : Category-wise চৰকাৰি নিয়ম অনুৰ্যায়ি বয়সৰ ৰেহাই সমূহ তলত উল্লেখ কৰা হ'ল--

SC/ST : 5 years
OBC : 3 years
PWD/ UR : 10 years
PWD/ OBC : 13 years
PWD/ SC-ST : 15 years

শিক্ষা : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল যি-কোনো Degree কৰা হ'ব লাগিব কমতে 50% Marks লৈ--! ( আনহাতে SC/ST/PWD Category ৰ প্ৰাৰ্থী সকলে কেৱল মাএ Pass Marks টো থাকিলেও Apply কৰিব পাৰিব ) আৰু সকলো Category ৰ প্ৰাৰ্থীৰে Computer knowledge থাকিব লাগিব। বা PC ৰ Word Processing ৰ Knowledge থাকিব লাগিব।

আবেদন মাচুল :


SC/ST/PWD/EXS : Rs 50/- টকা

UR/EWS/OBC : Rs 450/- টকা

**এতিয়া কথা হ'ল এই সমূহ পদত প্ৰাৰ্থী সকলে Apply কেনেকৈ কৰিব??

এই সমূহ পদত যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থী সকলে Apply Online যোগে কৰিব লাগিব আপোনালোকে। Online Apply কৰিবলৈ Links সমূহ তলত দিয়া আছে।

গুৰুত্বপূৰ্ণ তাৰিখ RBI Assistant Vacancy 2022 :

online application আৰম্ভ হোৱাৰ তাৰিখ : 17th February 2022

Online application submission ৰ Last Date : 8th March 2022.

গুৰুত্বপূৰ্ণ   Web-Links RBI Vacancy ৰ :













Post a Comment

0 Comments

Close Menu