Kamrup Metro Guwahati Judiciary Recruitment 2022–Office Peon & Process Server Vacancy

Kamrup Metro Guwahati Judiciary Recruitment 2022–Office Peon & Process Server Vacancy

kamrup metro guwahati judiciary recruitment 2022, assam govt jobs, assam govt grade-IV jobs, assamese jobs news,
Kamrup Metro Guwahati Judiciary Recruitment 2022



District Sessions Judge, Kamrup (M) Guwahati.
অন্তিম তাৰিখ :18/02/2022.


Kamrup Metro Judiciary Guwahatir পৰা মুকলি হৈছে এখন নতুন Grade-IV চাকৰি সৰ্ম্পকীয় Advertisement য'ত অসমৰ প্ৰতিজন যোগ্য অৰ্থাৎ  8th পাচ আৰু ইচ্ছুক নিবনুৱাই আবেদন কৰিব পাৰিব।


Kamrup Metro Judiciary Guwahati Recruitment 2022 :



1/ পদৰ নাম : Office Peon.
দৰমহা : 12,000-52,000/- হোৱাৰ লগতে GP 3,900/- টকাকৈ থাকিব প্ৰতিমাহে--!

2/ পদৰ নাম : Process Server.
দৰমহা : 14,000-60,500/- হোৱাৰ লগতে GP Rs.5,200/-  টকাকৈ থাকিব প্ৰতিমাহে--!


Kamrup Metro Judiciary Guwahati Apply কৰিবলৈ যোগ্যতা :


Nationality : 

এই সমূহ পদত Apply কৰিবলৈ প্ৰাৰ্থী সকল ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা হ'ব লাগিব।

বয়সৰ সময় সিমা :

 কমতে 18 বছৰৰ পৰা বেছিতে 40 বছৰৰ ভিতৰত হ'ব লাগিব।

বয়সৰ ৰেহাই : 

   sc/st       = 5 বছৰ
obc/mobc = 3 বছৰ
         pwbd = 10 বছৰ

শিক্ষা :

 এই সমূহ পদত আবেদন কৰিবলৈ প্ৰাৰ্থী সকল 8th পাচ হ'ব লাগিব।
উচ্ছ শিক্ষিত সকলে আবেদন   কৰিব নোৱাৰিব এই সমূহ পদত।


**এতিয়া কথা হ'ল প্ৰাৰ্থী সকলে এই সমূহ পদত Apply কেনেকৈ কৰিব : 


প্ৰাৰ্থী সকলে এই সমূহ পদত আবেদন কৰিবলৈ পোন প্ৰথমে Application Form খন Download কৰি ল'ব তলত দিয়া Links ৰ পৰা। তাৰ পিছত সেই Application  ৰ্ফম খন ধোনিয়াকৈ পূৰ কৰিব আৰু Office Peon বা Process Server যিটো পদত Apply কৰে সেইটো স্পষ্ট কৈ লিখি ল'ব আৰু Photo লগাই দি'ব এক কপি। তাৰ পিছত ৰ্ফম খনৰ পিছ চাইদত caste certificate prc certificate education certificate আদি গাঠি দিব আৰু তাৰ পিছত খামত ভৰাই আৰু দুখন ফটো কপি দি দি'ব লগত তাৰ পিছত খাম টো ধোনিয়াকৈ বন্ধ কৰিব তাৰ পিছত তলত দিয়া ঠিকনাটোত sent কৰি দি'ব---

 Chief Judicial Magistrate. Kamrup (Metro), Guwahati"

*মন দি'ব : 

ওচৰৰ প্ৰাৰ্থী সকলে Hand drop ও কৰিব পাৰিব drop box ত ওপৰৰ ঠিকনাটোতে--!

*মন দি'ব :

 যি সমূহ নথি-পএ Application ৰ্ফম খনৰ পিছ চাইদে গাঠি হ'ব সেই সকলো নথি-পএতে আপুনি আপোনাৰ Signature মাৰি দি'ব!


**গুৰুত্বপূৰ্ণ Links : 


Advertisement details Office Peon


Advertisement details Process Server



Application Form 



মুঠ পদৰ সংখ্যা : 04 টা
Office Peon : 02 টা
Process Server : 02 টা
        ---------------------------×Thank-You
Utpal~Deka.


Post a Comment

0 Comments

Close Menu